অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ঠেঠী মৈথিলী

ঠেঠী মৈথিলী ভাষা মৈথিলী ভাষাৰ এটা প্ৰধান উপভাষা। ইয়াক ঠেঠীয়া, ঠেন্থী বা ঠাটি বুলিও জনা যায়। ই প্ৰধানকৈ ভাৰত আৰু নেপালৰ মিথিলা অঞ্চলত প্ৰচলিত মৈথিলী ভাষাৰ উপভাষা৷ প্ৰধানকৈ ভাৰতৰ বিহাৰৰ কোশী, পূৰ্ণিয়া আৰু মুংগেৰ বিভাগ আৰু নেপালৰ কোশী প্ৰদেশত এই ভাষা কোৱা হয়।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৫ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঠেঠী মৈথিলী ভাষা মৈথিলী ভাষাৰ এটা প্ৰধান উপভাষা। ইয়াক ঠেঠীয়া, ঠেন্থী বা ঠাটি বুলিও জনা যায়। ই প্ৰধানকৈ ভাৰত আৰু নেপালৰ মিথিলা অঞ্চলত প্ৰচলিত মৈথিলী ভাষাৰ উপভাষা৷১ প্ৰধানকৈ ভাৰতৰ বিহাৰৰ কোশী, পূৰ্ণিয়া আৰু মুংগেৰ বিভাগ আৰু নেপালৰ কোশী প্ৰদেশত এই ভাষা কোৱা হয়।২ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ইয়াৰ ভাষী ১ লাখ ৬৫ হাজাৰ।৩

তথ্যসূত্ৰ

  1. ↑ Wayback Machine. www.ldcil.org
  2. ↑ Ray, Kaushal Kishor. (November 2009). Reduplication in Thethi dialect of Maithili language. Nepalese Linguistics. পৃ. 285–290
  3. ↑ Language census of India 2011

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠেঠী মৈথিলী” প্ৰবন্ধৰ সংশোধন ৪৬৩৯৮৯ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।