টাংলা কলেজ অসমৰ ওদালগুৰি জিলাৰ টাংলাৰ চামুৱাপাৰাত অৱস্থিত এটা সাধাৰণ ডিগ্ৰী (স্নাতক) আৰু সহশিক্ষামূলক মহাবিদ্যালয়। ১৯৭০ চনত স্থাপিত এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।১
বিভাগসমূহ
বিজ্ঞান
- পদাৰ্থ বিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- উদ্ভিদবিজ্ঞান
- প্ৰাণী বিজ্ঞান
- কম্পিউটাৰ প্ৰয়োগ
- পৰিসংখ্যা
কলা আৰু বাণিজ্য
- অসমীয়া ভাষা
- বঙালী ভাষা
- ইংৰাজী
- বড়ো ভাষা
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল
- বাণিজ্য
- ব্যৱস্থাপনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাংলা মহাবিদ্যালয়, টাংলা (ওদালগুৰি)” প্ৰবন্ধৰ সংশোধন ৫৩৪৭৩৯ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।