অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জীৱবৈজ্ঞানিক বৰ্গীকৰণ

জীৱবৈজ্ঞানিক বৰ্গীকৰণ (biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০২২ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

জীৱবৈজ্ঞানিক বৰ্গীকৰণ (biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়। তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণীবিভাগ কৰিছিল। চাৰ্লছ ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ (Principle of common descent)ৰ তত্ত্বৰ স’তে খাপ খোৱাকৈ লিনিয়াছৰ এই শ্ৰেণীবিভাজন পদ্ধতিক পৰৱৰ্তী কালত বিভিন্নভাবে সংশোধন কৰা হৈছে। বৰ্তমানৰ শ্ৰেণীবিভাজনত ডি.এন.এ. চিকুৱেন্স (DNA sequences) ব্যৱহাৰে এই পদ্ধতিৰ শুদ্ধতা অধিক বৃদ্ধি কৰিছে।

জীৱবৈজ্ঞানিক বৰ্গীকৰণৰ ধাৰাক্ৰম

  • অধিজগৎ, ডোমেইন বা সম্ৰাজ্য
  • মহাপৰ্ব (উদ্ভিদবিজ্ঞানত মহাবিভাগ)
    • পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
    • উপপৰ্ব (উপবিভাগ)
    • ইনফ্ৰাপৰ্ব (ইনফ্ৰাবিভাগ)
    • অনুপৰ্ব
  • মহাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
    • কোহৰ্ট (উদ্ভিদবিজ্ঞান)
    • উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
    • ইনফ্ৰাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
  • মহাশ্ৰেণী
    • শ্ৰেণী
    • উপশ্ৰেণী
    • ইনফ্ৰাশ্ৰেণী
    • পাৰ্ভশ্ৰেণী
  • মহাবিভাগ (প্ৰাণীবিজ্ঞান)
    • বিভাগ (প্ৰাণীবিজ্ঞান)
    • উপবিভাগ (প্ৰাণীবিজ্ঞান)
    • ইনফ্ৰাবিভাগ (প্ৰাণীবিজ্ঞান)
  • মহালিজন (প্ৰাণীবিজ্ঞান)
    • লিজন (প্ৰাণীবিজ্ঞান)
    • উপলিজন (প্ৰাণীবিজ্ঞান)
    • ইনফ্ৰালিজন (প্ৰাণীবিজ্ঞান)
  • মহাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
    • কোহৰ্ট (প্ৰাণীবিজ্ঞান)
    • উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
    • ইনফ্ৰাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
  • গিগাবৰ্গ (প্ৰাণীবিজ্ঞান)
    • মেগানবৰ্গ বা মেগাবৰ্গ (প্ৰাণীবিজ্ঞান)
    • গ্ৰ্যাণ্ডবৰ্গ বা কেপ্যাক্সবৰ্গ (প্ৰাণীবিজ্ঞান)
    • মিৰবৰ্গ বা হাইপাৰবৰ্গ (প্ৰাণীবিজ্ঞান)
    • মহাবৰ্গ
    • চিৰিজ (মৎসকুল)
    • বৰ্গ
    • পাৰ্ভবৰ্গ
    • ন্যানবৰ্গ (প্ৰাণীবিজ্ঞান)
    • হাইপোবৰ্গ (প্ৰাণীবিজ্ঞান)
    • মিনবৰ্গ (প্ৰাণীবিজ্ঞান)
    • উপবৰ্গ
    • ইনফ্ৰাবৰ্গ
    • পাৰ্ভবৰ্গ (সাধাৰণত) বা অনুবৰ্গ(প্ৰাণীবিজ্ঞান)
  • অনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
    • উপঅনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
  • গিগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • মেগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • গ্ৰ্যাণ্ডপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • হাইপাৰপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • মহাপৰিয়াল
    • এপিপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • Series (লেপিডোপ্টেৰা)
    • Group (লেপিডোপ্টেৰা)
    • পৰিয়াল
    • উপপৰিয়াল
    • ইনফ্ৰাপৰিয়াল
  • মহাগোত্ৰ
    • গোত্ৰ
    • উপগোত্ৰ
    • ইনফ্ৰাগোত্ৰ
  • গণ
    • উপগণ
    • অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
    • উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
    • চিৰিজ (উদ্ভিদবিজ্ঞান)
    • উপচিৰিজ (উদ্ভিদবিজ্ঞান)
  • মহাপ্ৰজাতি বা প্ৰজাতিশ্ৰেণী
    • প্ৰজাতি
    • উপপ্ৰজাতি
    • ভ্যেৰাইটি (উদ্ভিদবিজ্ঞান) or ফৰ্ম/মৰ্ফ (প্ৰাণীবিজ্ঞান)
    • উপভেৰাইটি (উদ্ভিদবিজ্ঞান)
    • ফৰ্ম (উদ্ভিদবিজ্ঞান)
    • উপফৰ্ম (উদ্ভিদবিজ্ঞান)

তথ্য সংগ্ৰহ

Taxonomie#Taxonomie in der Biologie Taxonomie#Taxonomie in de biologie

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱবৈজ্ঞানিক বৰ্গীকৰণ” প্ৰবন্ধৰ সংশোধন ৩১২৬৭৫ (২ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।