অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণবিৰাম বৰুৱা

প্ৰণবিৰাম বৰুৱা (Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰণবিৰাম বৰুৱা (Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী। ১

জম্ম

প্ৰণবিৰাম বৰুৱা জন্ম ১৯৩৮ চনত সোণাৰিত হয়। ২

কৰ্মজীৱন

  • তেখেতে আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, তথা কণ্ঠশিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>
  • চিৰাজ আৰু একপল(হিন্দী) ছবি দুখনত অভিনয় কৰিছিল।

৩

  • চিৰাজ আৰু মিৰিজীয়ৰী ছবি দুখনত ভূপেন হাজৰিাদেৱৰ লগত সহকাৰী হিচাপে সঙ্গীত পৰিচালনা কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>

তথ্যসূত্ৰ

  1. ↑ কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮
  2. ↑ কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠ নং ২৮৮
  3. ↑ কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণবিৰাম বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৬৪০৮৯ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।