চন্দ্ৰ ভাৰতী (১৫২৫-১৫৭৮) ষোড়শ শতিকাৰ অসমৰ এগৰাকী কবি, সাহিত্যিক আৰু সংস্কৃত ব্যাকৰণত পাণ্ডিত্য থকা ব্যক্তি৷১ তেওঁ তেতিয়াৰ কামৰূপৰ বৰপেটা অঞ্চলৰ লোক। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন ৰাজদুৱাৰৰ পাহাৰৰ ওপৰত থকা শিলৰ ফলকত এই পাহাৰটো চন্দ্ৰ ভাৰতীৰ বাসস্থান বুলি দাবী কৰা হৈছে।২
পৰিয়াল
তেওঁৰ পত্নীৰ নাম আছিল তাৰা দেৱী। তেওঁলোকৰ পুত্ৰ ভট্টদেৱক "অসমীয়া গদ্যৰ পিতৃ" বুলি জনা যায়।৩
তথ্যসূত্ৰ
- ↑ Dalal, Roshen. (2014). Hinduism: An Alphabetical Guide. Penguin UK
- ↑ Barua, Dāsa, Harendranath, Yogeśa. (1992). Reflections on Assam, 1944-1983: a collection of writings. Harendranath Barua Memorial Society. পৃ. 75
- ↑ Datta, Amaresh. (1987). Encyclopaedia of Indian Literature. Sahitya Akademi. পৃ. 480
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ ভাৰতী” প্ৰবন্ধৰ সংশোধন ৪১৯৮০৯ (২৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।