অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গ্ৰক (চেটবট)

গ্ৰক (Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গ্ৰক (Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।১ বৰ্তমান ই এক্স (পূৰ্বৰ টুইটাৰ)ৰ লগতে সুকীয়া ৱেবছাইট আৰু আইঅ’এছ এপ-ৰূপেও উপলব্ধ।

তথ্যসূত্ৰ

  1. ↑ Elon Musk has regrets about ChatGPT, saying he's a 'huge idiot' for letting go of OpenAI. Fortune

সম্পৰ্কিত শ্ৰেণী

কৃত্ৰিম বুদ্ধিমত্তাম'বাইল এপ্লিকেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰক (চেটবট)” প্ৰবন্ধৰ সংশোধন ৫৭২৭১৪ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।