অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰৱ বৰা

গৌৰৱ বৰা (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ, ধাৰাবাহিক আৰু মঞ্চ অভিনেতা। ২০০৫ চনত তেওঁ ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত হামাৰ ধনি শীৰ্ষক ভিচিডি ছবিখনৰ জড়িয়তে পেচাদাৰী অভিনয় জগতখনত পাতনি মেলিছিল।

হালনাগাদ: ১৩ মে’ ২০২৬ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

গৌৰৱ বৰা (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ, ধাৰাবাহিক আৰু মঞ্চ অভিনেতা। ২০০৫ চনত তেওঁ ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত হামাৰ ধনি শীৰ্ষক ভিচিডি ছবিখনৰ জড়িয়তে পেচাদাৰী অভিনয় জগতখনত পাতনি মেলিছিল।

প্ৰাৰম্ভিক জীৱন

বৰাই ১৯৮৫ চনৰ ২৬ অক্টোবৰ তাৰিখে ধেমাজি জিলাৰ টেকজুৰী গাওঁত জন্মগ্ৰহন কৰিছিল।

অভিনয় জীৱন

চলচ্চিত্ৰ, ধাৰাবাহিক, নাটক, ৱেবচিৰিজ

সৰুৰে পৰা ভাওনা, ৰাস, অপেচাদাৰী নাটকৰ লগত জড়িত গৌৱৱ বৰাই গুৱাহাটীত বাহাৰুল ইছলামৰ তত্বাৱধানত ছিগাল থিয়েটাৰত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল। তেওঁ বৰ্তমানলৈকে বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক, ছবি, ভিচিডি আৰু ৱেবচিৰিজত অভিনয় কৰিছে।

+ছবি/ৱেবচিৰিজনামমুক্তি বৰ্ষপৰিচালকৰ নাম
হামাৰ ধনি২০০৫ৰাজেশ ভূঞা
ডাক্টৰ বেজবৰুৱা২০২৩নিপন গৌস্বামী
ক্ষুধা২০২৪দীপক কুমাৰ ৰয়
মেঙ্গ২০২৫মনোজিত শৰ্মা
মৰমৰ দেউতা১২৩মুক্তিৰ পথতহিমজ্যোতি তালুকদাৰ

তথ্যসূত্ৰ

  1. ↑ মৰমৰ দেউতা. ৰূপালীপৰ্দা
  2. ↑ Film ‘Moromor Deuta’ Inspired by Dr. Bhabendra Nath Saikia’s Novel Set to Hit Theatres on May 15. NorthEast Film Journal
  3. ↑ (2026-03-19). Assam: Bhabendra Nath Saikia’s novel ‘Moromor Deuta’ to hit theatres on May 15. NorthEast Now

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰৱ বৰা” প্ৰবন্ধৰ সংশোধন ৬০৬০৭২ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।