গোপাল ভাঁড় (Gopal Bhar) হৈছে বঙালী হাস্যৰসিক গোপাল ভাঁড়ৰ জীৱনৰ আধাৰত নিৰ্মিত ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহিক। ধাৰাবাহিকখন ২০১৫ চনৰ পৰা চʼনী আঠ টেলিভিছন চেনেলত সম্প্ৰচাৰিত হৈ আহিছে।১ বঙালী ভাষাৰ উপৰিও এই ধাৰাবাহিকখন হিন্দী ভাষাতো ডাব কৰা হৈছিল আৰু চʼনী ইয়েইত সম্প্ৰচাৰ কৰা হৈছিল।২৩৪
চৰিত্ৰসমূহ
- গোপাল ভাঁড়
- ৰজা কৃষ্ণচন্দ্ৰ ৰায়
- ৰজা কৃষ্ণচন্দ্ৰ ৰায়ৰ পত্নী/ৰাণীমা
- মন্ত্ৰী
- গোপাল ভাঁড়ৰ পত্নী/গোপাল গিন্নি/পাৰ্বতী
- মন্ত্ৰীৰ স্ত্ৰী
- বিজ্ঞানী
- সভা কবি
- ৰাজ পণ্ডিত
- ৰাজ বৈদ্য
- নবাব বাহাদুৰ
- উজিৰ
- কেলেপচা
- সেনাপতি
- প্ৰহৰী
- ইংৰাজ চাহেবসকল
- গজানন পণ্ডিত
- ৰাজ জ্যোতিষী
- ৰাজ অমাত্য
- ভগৱান
- খাম্বাজ ৰাজ
- খাম্বাজ মন্ত্ৰী
- ভোলা ময়ৰা
- বটা
- ঘটা
- পুটি
- পুটিৰ পিতৃ
- পুটিৰ মাতৃ
- নেপলা
- গুল্টে
- টেপা
- পুচকে
- গোপালৰ শাহুৱেক
- গোপালৰ শহুৰেক
- গোপালৰ জীয়েক
- গোপালৰ জী জোঁৱাই
- বৰ্ধমানৰ ৰজা
- বৰ্ধমানৰ মন্ত্ৰী
খণ্ডৰ তালিকা
বৰ্তমানলৈকে ধাৰাবাহিকখনৰ ১১২২টা খণ্ড সম্প্ৰচাৰিত হৈছে।
১–৫০
| খণ্ড | শিৰোনাম |
|---|---|
| ১ | গোপালেৰ মন্ত্ৰ |
| ২ | হোদোলপুৰে কোতল |
| ৩ | গোয়েন্দা গোপাল |
| ৪ | মহাৰাজেৰ পুতুল তৈৰি |
| ৫ | কেমন জব্দ |
| ৬ | তৃতীয় নয়ন |
| ৭ | ধুম ধাৰাক্কা |
| ৮ | মেছো ভূত |
| ৯ | ভৌতিক টুকলি |
| ১০ | বেয়াদপ কে |
| ১১ | মাছি ভালোবাসে মিষ্টি খেতে |
| ১২ | কৃপণ পিসি জব্দ |
| ১৩ | ৰাজবৈদ্য নিৰ্বাচন |
| ১৪ | খট্টাঙ্গ পুৰাণ |
| ১৫ | গোপালেৰ কৃষ্ণপ্ৰাপ্তি |
| ১৬ | আঠাৰো মাসে বছৰ |
| ১৭ | সোণাৰ চাষ |
| ১৮ | মহাৰাজেৰ পৰোপকাৰ |
| ১৯ | উৰুক্কু জুতো |
| ২০ | ৰূপকথাৰ ৰাজ্যে গোপাল |
| ২১ | যান্ত্ৰিক কুকুৰ |
| ২২ | গোপাল ও ভগবান |
| ২৩ | ৰাজাৰ মামা |
| ২৪ | মহাৰাজেৰ ইচ্ছাপূৰণ |
| ২৫ | অদৃশ্য কেৰামতি |
| ২৬ | ভয়েৰ চোটে |
| ২৭ | অদ্ভুত শৰ্ত |
| ২৮ | গোপাল ও টুনি |
| ২৯ | গোপালেৰ বাণিজ্য যাত্ৰা |
| ৩০ | ব্ৰহ্মদৈত্য দমন |
| ৩১ | ঘুড়ি গাড়িৰ খেল |
| ৩২ | বিচাৰক গোপাল |
| ৩৩ | অন্ধ কে? |
| ৩৪ | ঘুমন্তপুৰীতে গোপাল |
| ৩৫ | এক টাকা |
| ৩৬ | প্ৰতিদান |
| ৩৭ | গোপাল ও ৰঙিন মাছ |
| ৩৮ | ছুৰিকাহত গোপাল |
| ৩৯ | যেমন কুকুৰ তেমন মুগুৰ |
| ৪০ | কেমন জব্দ |
| ৪১ | নাৰদ বনাম গোপাল |
| ৪২ | ইংৰেজ বনাম গোপাল |
| ৪৩ | বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা |
| ৪৪ | গুল্টেৰ নতুন জামা |
| ৪৫ | ঠাকুৰ ভাসান |
| ৪৬ | মানুষেৰ থেকে পোশাক দামী |
| ৪৭ | গোপালেৰ ছবি আঁকা |
| ৪৮ | পাঁচ বোকা |
| ৪৯ | মন্ত্ৰীৰ মহাজনী কাৰবাৰ |
| ৫০ | ৰাজাৰ মামা |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Gopal Bhar spotted on the streets of Kolkata ahead of his own movie launch. telegraphindia.com
- ↑ Sony Aath, সনি লিভে গোপাল ভাঁড়. (২৭ আগষ্ট ২০২২). Sonyliv
- ↑ Aath. www.aath.in
- ↑ Watch Gopal Bhar Online, All Seasons or Episodes, Comedy · Show/Web Series. www.digit.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপাল ভাঁড় (টেলিভিছন ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৫৫৫৩৭২ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।