অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ

গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ (Gastrochilus acutifolius) হৈছে অসম (ভাৰত), পূব হিমালয়, নেপাল, ম্যানমাৰ আৰু ভিয়েটনামত পোৱা এবিধ অৰ্কিড প্ৰজাতি। বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট উপনাম acutifolius-ৰ অৰ্থ "কাঁইটীয়া পাত।" ই উদ্ভিদজোপাৰ পাতৰ বৈশিষ্ট্যপূৰ্ণ আকৃতিক বুজায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ (Gastrochilus acutifolius) হৈছে অসম (ভাৰত), পূব হিমালয়, নেপাল, ম্যানমাৰ আৰু ভিয়েটনামত পোৱা এবিধ অৰ্কিড প্ৰজাতি।১২ বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট উপনাম acutifolius-ৰ অৰ্থ "কাঁইটীয়া পাত।" ই উদ্ভিদজোপাৰ পাতৰ বৈশিষ্ট্যপূৰ্ণ আকৃতিক বুজায়।৩

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families
  2. ↑ http://www.orchidspecies.com/gastacutifolium.htm
  3. ↑ Eggli; Newton, Leonard E. (2004). Etymological Dictionary of Succulent Plant Names. Springer. পৃ. 2. ISBN 978-3-540-00489-9

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডউদ্ভিদজগতঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।