অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান

ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান (Clouded Leopard National Park) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উদ্যানখন প্ৰায় ৫.০৮ বৰ্গ কিলোমিটাৰ (১.৯৬ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত।

হালনাগাদ: ১৭ জুলাই ২০২৫ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান (Clouded Leopard National Park) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।১২ ই চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উদ্যানখন প্ৰায় ৫.০৮ বৰ্গ কিলোমিটাৰ (১.৯৬ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত।৩ ই চশমা-চকুৱা বান্দৰকে ধৰি চাৰিটা ভিন্ন প্ৰজাতিৰ বান্দৰৰ বাসস্থান।৪

ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান, ৰাজ্যখনৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা ২৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। উদ্যানখনৰ নিকটতম বিমানবন্দৰটো হʼল মহাৰাজ বীৰ বিক্ৰম বিমানবন্দৰ। উদ্যানখনৰ পৰা বিমানবন্দৰৰ দূৰত্ব প্ৰায় ৩৫ কিলোমিটাৰ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (11 May 2007). Tripura to set up National Park for Clouded Leopard. Oneindia.com
  2. ↑ Protected area network in India. Ministry of Environment and Forests, Government of India. পৃ. 28
  3. ↑ Tripura Forest
  4. ↑ (20 October 2016). Top 10 National Parks to Spot Clouded Leopard in India. walkthroughindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংৰক্ষিত এলেকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫২৪৬১৮ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।