অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাপলা বিল

কাপলা বিল (Kapla Beel) হʼল অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি-হালধীবাৰীৰ দক্ষিণ দিশত অৱস্থিত এখন আৰ্দ্ৰভূমি আৰু হ্ৰদ।

হালনাগাদ: ১৩ জুলাই ২০২৬ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কাপলা বিল (Kapla Beel) হʼল অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি-হালধীবাৰীৰ দক্ষিণ দিশত অৱস্থিত এখন আৰ্দ্ৰভূমি আৰু হ্ৰদ।১২

ক্ষেত্ৰফল

এই হ্ৰদটোৰ মুঠ মাটি-কালি ২৫ হেক্টৰ।২

জলজ প্ৰাণী

কাপলা বিলত মাছ ধৰা নাও
কাপলা বিলত মাছ ধৰা নাওছবি: Arnav jyoti deka · CC BY-SA 4.0

এই হ্ৰদটো বহুতো থলুৱা প্ৰজাতিৰ মাছ যেনে— কাৱৈ, মাগুৰ, শিঙি, শ’ল (Channa striata), পুঠি, খলিহনা, বৰালি আদিৰ বাসস্থান।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Kapla Beel's reputation of producing local fish takes a hit. দ্য আছাম ট্ৰিবিউন
  2. ↑ Ecology and fisheries of beels in Assam (Page No. 20 of 81). Central Inland Fisheries Research Institute

সম্পৰ্কিত শ্ৰেণী

বৰপেটা জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাপলা বিল” প্ৰবন্ধৰ সংশোধন ৬১৬৯৭৮ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।