অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কমৰ ভাষা

কমৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মধ্য প্ৰদেশৰ এখন জিলা আৰু ছত্তীসগঢ়ৰ এখন জিলাত ব্যৱহাৰ কৰা হয়। পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ মাজত ই হলবিক গোটত আহে, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰী, তিনিওৰে পৰা পৃথক।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
Kamar
Native toভাৰত
RegionMadhya Pradesh, Chhattisgarh
Native speakers40,000 (2003)১
Language familyIndo-European *Indo-Iranian ** Indo-Aryan *** Eastern **** Halbic২ ***** Kamar
Language codes
ISO 639-3keq
Glottologkama1350

কমৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মধ্য প্ৰদেশৰ এখন জিলা আৰু ছত্তীসগঢ়ৰ এখন জিলাত ব্যৱহাৰ কৰা হয়। ১ পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ মাজত ই হলবিক গোটত আহে, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰী, তিনিওৰে পৰা পৃথক।

তথ্যসূত্ৰ

  1. ↑ Kamar at Ethnologue (18th ed., 2015) (subscription required)
  2. ↑ Hammarström, Harald; Forke, Robert; Haspelmath, Martin; Bank, Sebastian, eds. (2020). "Kamar". Glottolog 4.3

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমৰ ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯৭৮১৭ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।