অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইমাম

ইমাম (إمام, বহুবচনঃ أئمة; امام) ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে মুছলিম সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হ'ল সেইজন ব্যক্তি যিজনে মছজিদ বা বাহিৰত জামায়াতত নামাজ পৰিচালনা কৰে।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৩ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ইমাম (إمام, বহুবচনঃ أئمة; امام) ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে মুছলমান সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হ'ল সেইজন ব্যক্তি যিজনে মছজিদ বা বাহিৰত জামায়াতত নামাজ পৰিচালনা কৰে। ইয়াৰ উপৰিও, ইছলামৰ বিষয়ে অগাধ পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি বা উচ্চ পৰ্যায়ৰ আলিমক ইমাম হিচাপে সম্বোধন কৰা হয়।

কোৰআনত ব্যৱহাৰ

আৰবী শব্দ হিচাপে ইমাম শব্দটো কোৰআনৰ বিভিন্ন অৰ্থত ব্যৱহাৰ হৈছে। ছুৰা বাকাৰাৰ ১২৪ নম্বৰ আয়াতত ব্যৱহাৰ অনুযায়ী ইমামৰ অৰ্থ হ'ল- নেতা; ইমামৰ অৰ্থ কিতাব।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মইছলামিক উপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমাম” প্ৰবন্ধৰ সংশোধন ৩৮৯৫০০ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।