অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছালাফ

ছালাফ (سلف) বুলিলে ইছলাম ধৰ্মানুসৰি সাধাৰণতে নবী মুহাম্মাদ (ছাঃ) আৰু তেওঁৰ পৰৱৰ্তী তিনি প্ৰজন্মক বুজোৱা হয়।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ছালাফ' (سلف) বুলিলে ইছলাম ধৰ্মানুসৰি সাধাৰণতে নবী মুহাম্মাদ (ছাঃ) আৰু তেওঁৰ পৰৱৰ্তী তিনি প্ৰজন্মক বুজোৱা হয়।১

দ্বিতীয় প্ৰজন্ম

তাবিঈন, ছাহাবাসকলৰ উত্তৰসূৰী।

  • উমৰ ইবনে আব্দুল আজিজ
  • উয়াইঠ কৰণি
  • তাৰিক বিন জিয়াদ
  • মুছা বিন নুছাইৰ
  • হাছান বছৰি

তৃতীয় প্ৰজন্ম

তাবা তাবিঈন, তাবিঈনসকলৰ উত্তৰসূৰী।

  • আবু হানিফা
  • আহমদ বিন হাম্বল
  • ইমাম শ্বাফি
  • জাফৰ আল-ছাদিক
  • মালিক ইবনে আনাছ
  • মুহাম্মদ বিন কাছিম

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Lacey, Robert. (2009). Inside the Kingdom, Kings, Clerics, Modernists, Terrorists, and the Struggle for Saudi Arabia. Viking. পৃ. 9

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মইছলামিক উপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছালাফ” প্ৰবন্ধৰ সংশোধন ৬৩২৮৩৪ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।