অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আইশা আহমেদ

আইছা আহমেদ এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনেত্ৰী ৰুখছাৰ ৰেহমানৰ কন্যা, আইশা এডালটিং (২০১৮) আৰু মাইনাছ ৱান (২০১৯)কে ধৰি কেইবাখনো জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত থ্ৰিলাৰ থ্ৰি ষ্ট’ৰেজৰ জৰিয়তে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।

হালনাগাদ: ১৯ জুলাই ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আইছা আহমেদ এগৰাকী ভাৰতীয় অভিনেত্ৰী।১ অভিনেত্ৰী ৰুখছাৰ ৰেহমানৰ কন্যা,২ আইশা এডালটিং (২০১৮) আৰু মাইনাছ ৱান (২০১৯)কে ধৰি কেইবাখনো জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত থ্ৰিলাৰ থ্ৰি ষ্ট’ৰেজৰ জৰিয়তে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।৩৪

কৰ্মজীৱন

টুম বিন ২ (২০১৬) ছবিখনত আহমেদৰ সৰু ভূমিকা আছিল।৫ অৰ্জুন মুকাৰ্জীৰ ৩ ষ্ট'ৰীজ (২০১৮) ছবিত তেওঁ অভিষেক ঘটায়।৬৭ ইতিবাচক সমালোচনাত ফিল্মফেয়াৰৰ দেৱেশ শৰ্মাই সহ অভিনেতা অংকিত ৰাথীৰ সৈতে আহমেদৰ যুটিটোৰ প্ৰশংসা কৰে।৮ সেই বছৰতে তেওঁ জেচিকা সদানাৰ ধাৰাবাহিক এডাল্টিংত নিখাত ৰিজভিৰ চৰিত্ৰত অভিনয় কৰে৷ তেওঁৰ সতীৰ্থ আছিল যশস্বনী দয়ামা।৯১০ তেওঁৰ অভিনয়ে ভাল সমাদৰ লাভ কৰিছিল।৭১১

২০১৯ চনত আহমেদে আয়ুশ মেহৰাৰ বিপৰীতে ৰোমাণ্টিক কমেডী মাইনাছ ৱানত অভিনয় কৰে।১২১৩ ইয়াৰ দ্বিতীয় ছিজন আছিল, যাৰ নাম আছিল নিউ চেপ্টাৰ, যিটো ২০২৩ চনত লায়ন্সগেট প্লেত মুক্তি পাইছিল।১৪১৫ আহমেদে এমএক্স প্লেয়াৰ ধাৰাবাহিক বেলকনি বাডিজ (২০২১; আমোল পৰাশৰৰ বিপৰীতে)৫১৬১৭ আৰু জোয়া পাৰভিনৰ চুটি ছবি ক্লিন (২০২১)তো মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১৮১৯ ২০২২ চনত তেওঁ শুভম যোগী-চলচ্চিত্ৰ কচ্চে লিম্বুত সহযোগী চৰিত্ৰত অভিনয় কৰে।২০

২০২৪ চনত আহমেদে গায়ক অক্ষত আচাৰ্যৰ সৈতে "নাদানিয়া" মিউজিক ভিডিঅ'ত অভিনয় কৰে।২১

ব্যক্তিগত জীৱন

আইশা অভিনেত্ৰী ৰুখছাৰ ৰেহমান আৰু ৰেহমানৰ প্ৰথম স্বামী আছাদ আহমেদৰ কন্যা৷ পৰিচালক ফাৰুক কবীৰ আইশাৰ সতিয়া পিতৃ।২২

খবৰ অনুসৰি আইছাই ২০২২ চনৰ পৰা মাৰ্কেটিং পেছাদাৰী উদয় ওবেৰয়ৰ সৈতে ডেটিং কৰি আছে।২৩ কিন্তু দুয়োৰে কোনোৱেই সংবাদ মাধ্যমত নিজৰ সম্পৰ্ক নিশ্চিত কৰা নাই।২৪

চলচ্চিত্ৰ কৰ্ম

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাটোকাতথ্য
২০১৬তুম বিন ২
২০১৮থ্ৰি ষ্ট'ৰীজমালিনী মাথুৰঅভিনয়ত অভিষেক
২০২১ক্লিনমেহেৰচুটি ছবি১৮
২০২২কাচ্চে লিম্বুছাৰা

ৱেব চিৰিজ

বৰ্ষশিৰোনামভূমিকাটোকাতথ্য
২০১৮এডালটিংনিখাত ৰিজভী
২০১৯-২৩মাইনাছ ৱানৰিয়া
২০২১বেলকনি বাডিজসুনন্দা১৬

সংগীতৰ ভিডিঅ'

বৰ্ষশীৰ্ষককণ্ঠতথ্য
২০১৯"ছেজ"ঋত্বিজ২৫
২০২০"সুকুন"তাৰুক ৰাইনা১৬
২০২৪"নাদানিয়াঁ"অক্ষত আচাৰ্য২১

তথ্যসূত্ৰ

  1. ↑ Khanna, Garvika. (26 June 2020). Lockdown Log: A Day In The Life Of Aisha Ahmed. Grazia India
  2. ↑ Rizvi, Farah. (26 July 2020). 'If only nepotism could have applied in my case..'. হিন্দুস্তান টাইমছ
  3. ↑ Sur, Prateek. (2023-02-27). 5 Women With Unconventional Talents To Watch Out For. Outlook India
  4. ↑ Aisha Ahmed. The Times of India
  5. ↑ Aisha Ahmed. The Times of India
  6. ↑ Aisha Ahmed talks about her debut film '3 Storeys'. The Times of India
  7. ↑ Aisha Ahmed. The Times of India
  8. ↑ Sharma, Devesh. (10 March 2018). Movie review: 3 Storeys. Filmfare
  9. ↑ Nagaraj, Sindhu. (2022-09-20). Aisha Ahmed and Yashaswini Dayama on 'Adulting' and entering the world of audio shows. The Hindu
  10. ↑ (2022-10-02). Aisha Ahmed, Yashaswini Dayama Share What They Hate About Adulting, Say 'If You're Girl It's Harder to Get Work Done'. News18
  11. ↑ (2018-04-20). Adulting first impression: Dice Media's new coming-of-age story needs a lesson in adulting. The Indian Express
  12. ↑ (2022-07-19). Aisha Ahmed and Ayush Mehra's Minus One commences shoot for Season 2. Firstpost
  13. ↑ (2023-02-14). Minus One New Chapter Review: Ayush Mehra-Aisha Ahmed's show gets more real about the nuances of love. India Today
  14. ↑ Bandhyopadhyay, Zinia. (2023-02-14). Minus One New Chapter Review: Ayush Mehra-Aisha Ahmed's show gets more real about the nuances of love. India Today
  15. ↑ Irani, Shaheen. Minus One: New Chapter review: Ayush Mehra-Aisha Ahmed's show is a page out of the book of love and heartbreaks. OTT Play
  16. ↑ (2021-07-28). Balcony Buddies trailer: Amol Parashar, Aisha Ahmed give us a quirky lockdown story. The Indian Express
  17. ↑ (2021-08-02). MX Player brings viewers its second interactive film with Amazon presents 'Balcony Buddies'. ThePrint
  18. ↑ Clean Review: An honest, bitter-sweet story about two sisters. The Times of India
  19. ↑ (2021-12-31). Short film 'Clean' review: This heartfelt tale of two sisters is worth a watch. WION
  20. ↑ Gahlot, Deepa. Review: Kacchey Limbu Is Raw. Rediff
  21. ↑ Poorvaja, S. (2024-07-24). Meet ‘Nadaaniyan‘ singer Akshath Acharya, the voice and composer behind the viral hit. The Hindu
  22. ↑ (2023-06-29). Exclusive! Rukhsar Rehman reveals she is headed for a divorce from Faruk Kabir after 13 years of marriage; the actor says, 'It wasn't an easy decision for me'. The Times of India
  23. ↑ Mishra, Vinay. (19 October 2022). Exclusive: Not Rohit Saraf, Aisha Ahmed is seeing Uday Oberoi. Hindustan Times
  24. ↑ Mumbai Diary: Sunday Dossier. Mid-day
  25. ↑ Ritviz - Sage

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীমহাৰাষ্ট্ৰৰ ব্যক্তিঅভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইশা আহমেদ” প্ৰবন্ধৰ সংশোধন ৬১৮২৫২ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।