অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

উপভাষা বিজ্ঞান

উপভাষা-বিজ্ঞান অসমীয়া আধুনিক ভাষাবিদ ড॰ দীপঙ্কৰ মৰলৰ এখন উপভাষা বিষয়ক গ্ৰন্থ। ১৯৯১ চনত প্ৰকাশিত অসমীয়া ভাষাত লিখা উপভাষা বিষয়ক এইখন প্ৰথম গ্ৰন্থ। এই গ্ৰন্থখন ১৯৯১ চনত ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ তৃতীয় পৰিৱৰ্ধিত সংস্কৰণটি বনলতা প্ৰকাশনে ২০০৭ চনত প্ৰকাশ কৰে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

উপভাষা-বিজ্ঞান অসমীয়া আধুনিক ভাষাবিদ ড॰ দীপঙ্কৰ মৰলৰ এখন উপভাষা বিষয়ক গ্ৰন্থ। ১৯৯১ চনত প্ৰকাশিত অসমীয়া ভাষাত লিখা উপভাষা বিষয়ক এইখন প্ৰথম গ্ৰন্থ। এই গ্ৰন্থখন ১৯৯১ চনত ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ তৃতীয় পৰিৱৰ্ধিত সংস্কৰণটি বনলতা প্ৰকাশনে ২০০৭ চনত প্ৰকাশ কৰে।১

গ্ৰন্থখনৰ বিষয়বস্তু

  • প্ৰথম অধ্যায়: ভাষা উপভাষা ব্যক্তিভাষা
  • দ্বিতীয় অধ্যায়: উপভাষা-বিজ্ঞান
  • তৃতীয় অধ্যায়: উপভাষা সীমা নিৰ্ধাৰক
  • চতুৰ্থ অধ্যায়: উপভাষা ভূগোল: ভৌগোলিক (আঞ্চলিক উপভাষা)
  • পঞ্চম অধ্যায়: সমাজ ভাষা-বিজ্ঞান
  • ষষ্ঠ অধ্যায়: সামাজিক উপভাষা
  • সপ্তম অধ্যায়: গুৱাহাটীৰ অসমীয়া ভাষা কোৱা সমাজখনৰ এক সামাজিক-ভাষাবৈজ্ঞানিক বিশ্লেষণ
  • অষ্টম অধ্যায়: ভাষা আৰু জাতিভেদ
  • নৱম অধ্যায়: ভাষা আৰু লিংগভেদ
  • দশম অধ্যায়: ডাইগ্ল’ছীয়া
  • একাদশ অধ্যায়: ব্ৰহ্মপুত্ৰ উপত্যকাত দ্বি-পাৰ্শ্বিকতা (DIGLOSSIC)ৰ পৰিস্থিত
  • দ্বাদশ অধ্যায়: উপভাষা-ভূগোলৰ অধ্যয়নৰ প্ৰণালী
  • ত্ৰয়োদশ অধ্যায়: ভাষাগত ক্ষেত্ৰ
  • চতুৰ্দশ অধ্যায়: অসমীয়া ভাষাৰ উপভাষা

তথ্যসূত্ৰ

  1. ↑ মৰল, দীপঙ্কৰ. (November, 2007). উপভাষা-বিজ্ঞান. বনলতা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থউপভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপভাষা বিজ্ঞান” প্ৰবন্ধৰ সংশোধন ৫৬৫৬০১ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।