অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত…

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷১ গ্ৰন্থখনত উত্তৰ-পূব ভাৰতৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত উপভাষা, ভাষা-উপভাষাৰ তুলনামূলক আলোচনা, অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা, অসমীয়া ভাষাৰ সমকালীন ৰূপ আদি বিষয়সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ উপেন ৰাভা হাকাচাম. (২০১৪). অসমীয়া আৰু অসমৰ ভাষা-উপভাষা. জ্যোতি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপোখালি (অসম)উপভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া আৰু অসমৰ ভাষা-উপভাষা” প্ৰবন্ধৰ সংশোধন ৫৬৫৫৯৯ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।