উপভাষা
৭ প্ৰবন্ধ
-
গোৱালপাৰীয়া উপভাষা
গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপাৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া।
-
উপভাষা
উপভাষা (Dialect) ভাষাৰ একোটা ভাগ৷ প্ৰত্যেক ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ থাকে, সেইবোৰেই উপভাষা৷ ভৌগলিকভাৱে বিস্তৃত এটা এলেকাত, কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে৷ ইয়াৰ কাৰণ, ঘাইকৈ সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন…
-
কামৰূপী উপভাষা
কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত বঙালী- অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত বঙালী- অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া। কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে।
-
উপভাষা বিজ্ঞান
উপভাষা-বিজ্ঞান অসমীয়া আধুনিক ভাষাবিদ ড॰ দীপঙ্কৰ মৰলৰ এখন উপভাষা বিষয়ক গ্ৰন্থ। ১৯৯১ চনত প্ৰকাশিত অসমীয়া ভাষাত লিখা উপভাষা বিষয়ক এইখন প্ৰথম গ্ৰন্থ। এই গ্ৰন্থখন ১৯৯১ চনত ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ তৃতীয় পৰিৱৰ্ধিত সংস্কৰণটি বনলতা প্ৰকাশনে ২০০৭ চনত প্ৰকাশ কৰে।
-
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত…
-
বাংলা উপভাষা
বাংলা ভাষাৰ উপভাষাসমূহ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ পূৰ্বাঞ্চলীয় ইণ্ডো-আৰ্য ভাষাসমূহৰ অংশ। ৰাঢ়ী (নদিয়া, কুষ্টিয়া, কলকাতা, হাওৰা, হুগলি, পূব বৰ্ধমান, মুৰ্শিদাবাদ জিলাৰ লগতে দক্ষিণবঙ্গ), বৰেন্দ্ৰী (মালদহ, মুৰ্শিদাবাদৰ জঙ্গিপুৰ মহকুমা, ৰাজশাহী বিভাগ, দিনাজপুৰসহ উত্তৰ-পশ্চিম বাংলা), ঝাড়খণ্ডী…
-
সামাজিক উপভাষা
সামাজিক উপভাষা (Social dialect) হৈছে সমাজৰ সৈতে জড়িত ভাষা৷ সমাজ একোখনত নানা জাতি-উপজাতি আৰু ভিন ভিন ধৰ্মীয় সম্প্ৰদায়ৰ লোকে বসবাস কৰে৷ ইয়াৰোপৰি সমাজ এখনত বিভিন্ন শ্ৰেণী আৰু গোষ্ঠীৰ লোকে বসবাস কৰে৷ এই ভিন ভিন তৰহৰ মানুহৰ আচাৰ-নীতিৰ ভিন্নতা আছে৷ তেওঁলোকৰ নৈতিক দৃষ্টিভংগীও ক্ষেত্ৰ বিশেষে সুকীয়া…