অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলতাফ মজিদ

আলতাফ মজিদ (Altaf Mazid) অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হ'ব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷

হালনাগাদ: ১১ জুলাই ২০২৫ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

আলতাফ মজিদ (Altaf Mazid) অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হ'ব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷১

কৰ্মজীৱন

এখেত অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগত অভিযন্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷

চলচ্চিত্ৰপঞ্জী

মজিদে পৰিচালনা বা প্ৰযোজনা কৰা কিছু চুটিছবি আৰু তথ্যচিত্ৰৰ নাম হ'ল-১

বৰ্ষছবিৰ নামভাষাইংৰাজী নামবিষয়টোকা
১৯৯২ব্যক্তিগত আৰু গোপনীয়,অসমীয়াPersonal and Confidentialপৰীক্ষামূলক কাহিনীচিত্ৰ
১৯৯৮জীৱনঅসমীয়াLifeপৰীক্ষামূলক কাহিনীচিত্ৰ
২০০১লাখটকীয়াত গোলামঅসমীয়াClosed-door-and-stuff-inside-the magazine Syndromeপৰীক্ষামূলক তথ্যচিত্ৰ
২০০২আৱাৰ কমন ফিউচাৰঅসমীয়াOur Common Futureতথ্যচিত্ৰ
২০০৪দ্য জয় অৱ গিভিংঅসমীয়াThe Joy of Givingতথ্যচিত্ৰ
২০০৪লাছ ভেগাছতঅসমীয়াIn Las Vegasপৰীক্ষামূলক কাহিনীচিত্ৰ
২০০৫ভাল খবৰঅসমীয়াGood newsপৰীক্ষামূলক তথ্যচিত্ৰ
২০০৭ক্ৰেজি অন ৰকচ্অসমীয়াCrazy on the Rocksতথ্যচিত্ৰ
২০০৮কুনিৰ কুটিল দশাঅসমীয়াThe elbow in exileপৰীক্ষামূলক তথ্যচিত্ৰ
২০০৮বলিয়া পিতাইৰ চহকী চোতালঅসমীয়াA duet with the river godতথ্যচিত্ৰ
২০১০চিত্ৰ সূত্ৰঅসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)The Image Threadsকাহিনীচিত্ৰবিপিন বিজয় পৰিচালিত এই ছবিখনৰ সহযোগী প্ৰযোজক আছিল
২০১৪ৰহস্যৰ বিতচকুঅসমীয়াSeven hundred zero zero sevenপৰীক্ষামূলক তথ্যচিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Ahmed, Shaheen. (April 13, 2016). ALTAF MAZID – A TRIBUTE. www.raiot.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলতাফ মজিদ” প্ৰবন্ধৰ সংশোধন ৫২৩৪০১ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।