আনিজ উজ্ জামান এগৰাকী কবি, সাহিত্য সমালোচক, অনুবাদক৷ তেখেতৰ এতিয়ালৈকে দহখনতকৈয়ো অধিক কবিতা পুথি প্ৰকাশ হোৱাৰ লগতে সম্পাদনা গ্ৰন্থও প্ৰকাশ হৈছে৷ ১
জন্ম আৰু পৰিচয়
তেখেতৰ জন্ম হয় ১৯৪৭ চনত শিৱসাগৰৰ বৰুৱা বামুণবাৰী গাঁৱত৷
সাহিত্যৰাজি
কাব্যগ্ৰন্থ
- অজ্ঞাতে (১৯৮৯)
- সেউজীয়া জোন (১৯৯৯)
- গোধূলি (১৯৯৪)
- দোকমোকাল, বনফুল প্ৰকাশন (২০১৪)
- এই বাটেদিয়েই, বনফুল প্ৰকাশন
- নিৰ্বাচিত কবিতা, সম্পাদনা- সত্যকাম বৰঠাকুৰ
বঁটা আৰু সন্মান
- কাব্যৰত্ন, অসম কবি সন্মিলনে প্ৰদান কৰা বঁটা
- ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ-২০২১২
- গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা-২০২২৩৪
- অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা, ২০২৩৫
- গণেশ গগৈ বঁটা, ২০২৪৬
তথ্যসূত্ৰ
- ↑ ধ্ৰুৱজ্যোতি বৰা. গৰীয়সী. পৃ. ২৮
- ↑ কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ
- ↑ বিশিষ্ট কবি আনিছ উজ জামানলৈ ২০২২ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা
- ↑ আনিছ উজ জামানলৈ ২০২২ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা
- ↑ কবি-অনুবাদক আনিছ উজ জামানলৈ ২০২৩ বৰ্ষৰ অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা প্ৰদান
- ↑ (১৭ জুন ২০২৪). Himanta Biswa Sarma congratulates wiinners of Bishnu Rabha Award 2024. India Today NE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনিছ উজ্ জামান” প্ৰবন্ধৰ সংশোধন ৪২৩৪৭১ (১৭ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।