অৰ্নিয়া (প্ৰাচীন গ্ৰীক: Ὀρνία,১ ইংৰাজী: Ornea বা Ornia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।২ তেওঁ আৰ্গোলিছৰ এখন চহৰ অৰ্নিয়াৰ সম্ভাৱ্য নিম্ফ (অপেশ্বৰী) আছিল আৰু তেওঁৰ নামেৰে চহৰখন নামকৰণ কৰা হৈছিল। অন্য কাহিনী মতে ৰজা ইৰেকথিউছৰ এথেনিয়ান পুত্ৰ অৰ্নিয়াছৰ নামেৰে চহৰখন নামকৰণ কৰা হৈছিল।৩
পৰিয়াল
অৰ্নিয়া পেলাছগাছ (পেলাগন৪), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইন′পে আৰু হাৰ্পিনাৰ ভগ্নী আছিল।৫ কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।৬
তথ্যসূত্ৰ
- ↑ Richmond, Henry J. (1905). The Pronunciation of Greek and Latin Proper Names in English. George Wahr. পৃ. 32. ISBN 9780857927866
- ↑ Diodorus Siculus, 4.72.1
- ↑ Pausanias, 2.25.6 & 10.35.8; Plutarch, Theseus 32.1; Stephanus of Byzantium, Orneiai; Eusebius, Chronographia 66
- ↑ Apollodorus, 3.12.6
- ↑ Diodorus Siculus, 4.73.1
- ↑ Scholia Vict. ad হোমাৰ ইলিয়াড, 14.291; Strabo, 10 p. 447
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্নিয়া” প্ৰবন্ধৰ সংশোধন ৪৯৭৯৯২ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।