বিস্তাৰিত: ভ্ৰাম্যমাণ থিয়েটাৰ
১৯৬৩ চনত প্ৰথমে গঠিত হোৱা নটৰাজ থিয়েটাৰৰ পাছত আৰু কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ দল গঠন হৈছে। ইয়াৰে বেছি ভাগেই সময়ৰ সোঁতত বিলুপ্ত হৈছে।
তালিকা
| থিয়েটাৰৰ নাম১ | বছৰ | স্থান | প্ৰযোজক | বৰ্তমান স্থিতি |
|---|---|---|---|---|
| নটৰাজ থিয়েটাৰ | ১৯৬৩ | পাঠশালা | অচ্যুত লহকৰ | অধুনালুপ্ত (২০০৩) |
| সুৰদেৱী থিয়েটাৰ | ১৯৬৪ | চামতা | ধৰণী বৰ্মন | অধুনালুপ্ত |
| পূৰ্বজ্যোতি থিয়েটাৰ | ১৯৬৬ | হাজো | কৰুণাকান্ত মজুমদাৰ | অধুনালুপ্ত |
| ৰূপাঞ্জলি থিয়েটাৰ | ১৯৬৮ | বৰপেটা | ||
| মঞ্চৰূপা থিয়েটাৰ | ১৯৬৯ | পাঠশালা | হেমকান্ত তালুকদাৰ | অধুনালুপ্ত |
| অসম ষ্টাৰ থিয়েটাৰ | ১৯৭০ | পাঠশালা আৰু গুৱাহাটী | কুমুদ শৰ্মা | লুপ্ত |
| মুকুন্দ থিয়েটাৰ | ১৯৭২ | মাখিবাহা, টিহু | অতুল ভট্টাচাৰ্য্য--মৃগেন ভট্টাচাৰ্য্য | লুপ্ত |
| নটৰাজ শিল্প নিকেতন | ১৯৭৩ | পাঠশালা | ||
| ৰূপকোঁৱৰ থিয়েটাৰ | ১৯৭৪ | নলবাৰী | বীৰন কলিতা | লুপ্ত |
| জ্যোতিৰূপা থিয়েটাৰ | ১৯৭৫ | নিতাই পুখুৰী | ||
| ভাগ্যদেৱী থিয়েটাৰ | ১৯৭৫ | মৰোৱা, নলবাৰী | ||
| কহিনুৰ থিয়েটাৰ | ১৯৭৬ | পাঠশালা | ৰতন লহকৰ | |
| মুন থিয়েটাৰ | ১৯৭৭ | চামতা | অবলা বৰ্মন | লুপ্ত |
| মঞ্চকোঁৱৰ থিয়েটাৰ | ১৯৭৭ | উত্তৰ গুৱাহাটী | ||
| লখিমী থিয়েটাৰ | ১৯৭৭ | গোৱালপাৰা | ||
| বিষ্ণুজ্যোতি থিয়েটাৰ | ১৯৭৭ | চামতা | ||
| ৰাধিকা দেৱী থিয়েটাৰ | ১৯৭৭ | দক্ষিণ শিংৰা, কামৰূপ | ||
| ৰূপালীম থিয়েটাৰ | ১৯৭৮ | অভয়াপুৰী | ||
| কল্পনা থিয়েটাৰ | ১৯৭৮ | বেলশৰ, নলবাৰী | যাদৱ সেন ডেকা | লুপ্ত |
| মা লক্ষ্মী থিয়েটাৰ | ১৯৭৮ | মৰঙী তিনিআলি, গোলাঘাট | ||
| অপৰূপা থিয়েটাৰ | ১৯৭৮ | পশ্চিম চামতা | ||
| বিশ্বজ্যোতি থিয়েটাৰ | ১৯৭৮ | নলবাৰী | ||
| অপ্সৰা থিয়েটাৰ | ১৯৭৯ | চামতা | জিতেন শৰ্মা | লুপ্ত |
| আৱাহন থিয়েটাৰ | পাঠশালা | কৃষ্ণ ৰয় | প্ৰচলিত | |
| আৰাধনা থিয়েটাৰ | ১৯৭৯ | পাঠশালা | সদা লহকৰ | লুপ্ত |
| অনিৰ্বাণ থিয়েটাৰ | ১৯৮২ | পাঠশালা | সুভাষ চৌধুৰী | |
| থিয়েটাৰ | ২০১৬ | পাঠশালা | মানস কলিতা | প্ৰচলিত |
তথ্যসূত্ৰ
- ↑ কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড), সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১, পৃ: ২০-২৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৪৩৩৯২ (২৭ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।