ভ্ৰাম্যমাণ থিয়েটাৰ
১৫ প্ৰবন্ধ
-
ভ্ৰাম্যমাণ থিয়েটাৰ
ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক বিশেষ ধৰণৰ পেশাদাৰী নাট্যানুষ্ঠান, য’ত নাট্যদলসমূহে নিজস্ব অস্থায়ী মঞ্চ-প্ৰেক্ষাগৃহসহ ৰাজ্যজুৰি ভ্ৰমণ কৰি চুক্তিভিত্তিক নাটক প্ৰদৰ্শন কৰে। ১৯৬০ৰ দশকৰ আৰম্ভণিত আধুনিক ৰূপ লাভ কৰা এই ধাৰাই অসমৰ লোক-ৰুচি, নাট্য-প্ৰযুক্তি আৰু বাণিজ্যিক নাট্য-ব্যৱস্থাপনা একেলগে আগুৱাই নিছে।
-
কহিনুৰ থিয়েটাৰ
কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী দক্ষ অভিনেতা ৰতন লহকৰদেৱে তেখেতৰ নাট্য জীৱনৰ সতীৰ্থ কৃষ্ণ ৰয়ৰ সৈতে এক যুটীয়া প্ৰচেষ্টাত ১৯৭৬ চনত কহিনুৰ থিয়েটাৰৰ জন্ম দিয়ে।
-
নটৰাজ থিয়েটাৰ
নটৰাজ থিয়েটাৰ অথবা নটৰাজ চিনে থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ। বৰপেটা জিলাৰ পাঠশালা নগৰত ১৯৬৩ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো গঢ় লৈ উঠিছিল। ১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা 'নটৰাজ অপেৰা' নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ গঢ় দিছিল।
-
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা
বিস্তাৰিত: ভ্ৰাম্যমাণ থিয়েটাৰ ১৯৬৩ চনত প্ৰথমে গঠিত হোৱা নটৰাজ থিয়েটাৰৰ পাছত আৰু কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ দল গঠন হৈছে। ইয়াৰে বেছি ভাগেই সময়ৰ সোঁতত বিলুপ্ত হৈছে।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)
-
ভাগ্যদেৱী থিয়েটাৰ
ভাগ্যদেৱী থিয়েটাৰ অসমৰ এটি প্ৰসিদ্ধ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী, যি ১৯৬৭ চনৰ পৰা ২০২৪ চনলৈকে ৫৭ বছৰ ধৰি অসমৰ নাট্য জগতত অৰিহণা যোগাই আহিছিল। প্ৰয়াত শৰৎ মজুমদাৰে প্ৰতিষ্ঠা কৰা থিয়েটাৰ ভাগ্যদেৱী অসমৰ কেইবাজনো বিখ্যাত অভিনেতাৰ বাবে এক আৰম্ভণি আছিল।
-
মঞ্চৰূপা থিয়েটাৰ
মঞ্চৰূপা থিয়েটাৰ ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ দল। নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠাৰ ছয় বছৰ পিছত পাঠশালা নগৰত এই নাট্যদলটি গঠিত হয়। পাঠশালাৰ নিকটৱৰ্তী মুগুৰীয়া গাঁৱত শ্ৰীহেমকান্ত তালুকদাৰৰ নেতৃত্বত এই থিয়েটাৰ দলটোৰ প্ৰতিষ্ঠা হয় মঞ্চৰূপা থিয়েটাৰেই প্ৰথমে 'টু ডাইমেনছনেল মঞ্চ' বা…
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
-
অসম ষ্টাৰ থিয়েটাৰ
অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল। নটৰাজ থিয়েটাৰ আৰু মঞ্চৰূপা থিয়েটাৰৰ পিছত পাঠশালাত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। পাঠশালাৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়।
-
থিয়েটাৰ সূৰ্য্য
থিয়েটাৰ সূৰ্য্য অসমৰ এক নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ২০১৫ চনত সৰ্থেবাৰীত এই থিয়েটাৰৰ জন্ম দিয়ে মুনীন্দ্ৰ বৰ্মনে। বিশাল আয়োজনেৰে ২০১৫-১৬ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত নৱ সংযোজন ঘটা থিয়েটাৰ সূৰ্য্যই।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৪-১৫)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)
-
সুৰদেৱী থিয়েটাৰ
সুৰদেৱী থিয়েটাৰ হৈছে এটি অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ দল। নলবাৰী জিলাৰ চামতা ত ১৯৬৪ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো সুৰদেৱী নাট্য সংঘ নামেৰে আত্মপ্ৰকাশ কৰে। ১৯৬৪ চনত সুৰদেৱী নাট্য সংঘই নাম সলনি কৰি সুৰদেৱী থিয়েটাৰ নামেৰে নাট্য পৰিক্ৰমা আৰম্ভ কৰে। সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক আছিল ধৰণী বৰ্মণ।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)
(অসমাপ্ত)
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)
(অসমাপ্ত)