অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অশোক চক্ৰ (পদক)

অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব্যক্তিয়ে লাভ কৰিব পাৰে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব্যক্তিয়ে লাভ কৰিব পাৰে। ই আমেৰিকা যুক্তৰাষ্ট্ৰ শান্তিকালীন মেডেল অফ অনাৰ আৰু যুক্তৰাজ্যৰ জৰ্জ ক্ৰচৰ সমতুল্য। ১৯৫২ চনত পোনপ্ৰথম বাৰৰ বাবে এই পদক প্ৰদান কৰা হৈছিল আৰু সুহাস বিশ্বাস, নৰবাহাদুৰ থাপা, বাচিত্ৰৰ সিঙে প্ৰথমে অশোক চক্ৰ লাভ কৰিছিল। প্ৰথমতে অশোকচক্ৰ শ্ৰেণী ১ হিচাপে জনাজাত এই পদকক ১৯৬৭ চনত অশোকচক্ৰ নাম দিয়া হয়। তেতিয়াৰ অশোকচক্ৰ শ্ৰেণী ২ আৰু শ্ৰেণী ৩ পদকক পিছলৈ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ নাম দিয়া হয়।১

অশোক চক্ৰ প্ৰথম বৰ্গৰ পদক। ইয়াৰ লগতে শান্তিকালীন সাহসিকতাৰ বাবে ভাৰত চৰকাৰে দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ প্ৰদান কৰে।

অশোক চক্ৰ প্ৰাপকৰ তালিকা

+ চিহ্ন
#মৰণোত্তৰভাৱে পোৱা সূচায়
+ অশোক চক্ৰ প্ৰাপকৰ তালিকাচনপ্ৰাপকউৎস
২০১৯নাজিৰ আহমেদ ৱানী
২০১৮জ্যোতি প্ৰকাশ নিৰালা #<ref name="AC2009-2018"/২
২০১৬হাংগপন দাদা #৩
২০১৫মোহন গোস্বামী #৩
২০১৪মুকুন্দ ভাৰদৰঞ্জন #৩
২০১৪নিৰজ কুমাৰ সিং #৩
২০১৩কে. প্ৰসাদ বসু #৪
২০১২নৱদ্বীপ সিং #৩
২০১১লাইশ্ৰাম জ্যোতিন সিং #৩
২০১০ৰাজেশ কুমাৰ #৩
২০১০ডি. শ্ৰীৰাম কুমাৰ৩
২০০৯মোহিত শৰ্মা #৩
২০০৯বাহাদুৰ সিং বহৰা #৫
২০০৯হেমন্ত কাৰকাৰে #৫
২০০৯বিজয় চালাস্কাৰ #৫
২০০৯অশোক কামটে #৫
২০০৯তুকাৰাম অম্বলে #৫
২০০৯গজেন্দ্ৰৰ সিং বিষ্ট #৫
২০০৯সন্দ্বীদ্বীপ উন্নীকৃষ্ণণ #৫
২০০৯মোহন চান্দ শৰ্মা #৫
২০০৯জজান থমাছ #৫
২০০৯আৰ. পি. দিয়েঙদহ #৫
২০০৯প্ৰমোদ কুমাৰ সতপঠি #৫
২০০৮দীনেশ ৰঘু ৰমন #৬
২০০৭ৰাধাকৃষ্ণণ নায়াৰ হৰ্ষন #৬
২০০৭চুনী লাল #৬
২০০৭বসন্ত বেণুগোপাল #৬
২০০৪ত্ৰিবেণী সিং #৬
২০০৪চাজং ছেত্ৰী #৬
২০০২চুৰিন্দৰ সিং #৬
২০০২ৰামবীৰ সিং তমাৰ #৬
২০০১কমলেশ কুমাৰী #৬
২০০০সুধিৰ কুমাৰ ৱালীয়া #৬
১৯৯৭পুনিত নাথ দত্ত #৬
১৯৯৭শান্তি স্বৰূপ ৰাণা #৬
১৯৯৬অৰ্জুন সিং জছৰতিয়া #৬
১৯৯৫ৰাজীৱ কুমাৰ জুন #৬
১৯৯৫সুজ্জন সিং #৬
১৯৯৫হৰ্ষ উদয় সিং গৌৰ৬
১৯৯৪নিলকান্তন জয়চন্দ্ৰন নায়াৰ৬
১৯৯৩ৰাকেশ সিং৬
১৯৯২সন্দ্বীপ সংখালা৭
১৯৯১ৰণধিৰ প্ৰসাদ বাৰ্মা৭
১৯৮৭নীৰজা ভানোট #৭
১৯৮৫চেৰিং মুটুঁপ৭
১৯৮৫নিৰ্ভয় সিং #৭
১৯৮৫ভৱানী দত্ত যোশী৭
১৯৮৫ৰাম প্ৰকাশ ৰোপৰিয়া৭
১৯৮৫যশবীৰ সিং ৰাইনা৭
১৯৮৫ভূকান্ত মিশ্ৰ৭
১৯৮৫ৰাকেশ শৰ্মা৭
১৯৮৪গেনন্দী স্ত্ৰেকলভ৭
১৯৮৪য়ুৰি মালিচেভ৭
১৯৮১চাইৰাছ অদি পিঠাৱালা৭
১৯৭৪গুৰুনাম সিং৭
১৯৭২উম্মেড সিং মেহৰা #৭
১৯৬৯যশ ৰাম সিং৭
১৯৬৫জীয়া লাল গুপ্তা৭
১৯৬২খৰ্ক বাহাদুৰ লিনীবু৭
১৯৬২মন বাহাদুৰ ৰায়৭
১৯৫৮এৰিক জেমছ টুকাৰ #৭
১৯৫৮জেম বাজিৰাও শাকপাল৭
১৯৫৭জে. আৰ. চিটনিচ #৭
১৯৫৭পি. এম. ৰমন #৭
১৯৫৭যোগিন্দ্ৰৰ সিং #৭
১৯৫৬সুন্দৰ সিং৭
১৯৫২সুহাস বিশ্বাস৭
১৯৫২বাচিত্ৰৰ সিং #৭
১৯৫২নৰবাহাদুৰ থাপা৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ABOUT GALLANTRY AWARDS. gallantryawards.gov.in
  2. ↑ timesofindia.indiatimes.com/india/martyred-corpo
  3. ↑ Ashoka Chakra recipients (2009–16). Indian Army Web Portal
  4. ↑ (26 January 2014). The President, Shri Pranab Mukherjee giving away the highest gallantry award Ashok Chakra to Shri K. Venkatraman father of the Reserve Inspector, Govt. of Andhra Pradesh, Shri K.L.V.S.S.H.N.V. Prasad Babu, (Posthumous), during the 65th Republic Day Parade 2014, in New Delhi on January 26, 2014.. Press Information Bureau, India
  5. ↑ (25 January 2009). Ashoka Chakra awardees and their saga of gallantry. Press Information Bureau, India
  6. ↑ Ashoka Chakra recipients (1993–2009). Indian Army Web Portal
  7. ↑ Ashoka Chakra recipients (1952–92). Indian Army Web Portal

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোক চক্ৰ (পদক)” প্ৰবন্ধৰ সংশোধন ৬৩৮৪২৩ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।