অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফুলতি গিদালি

ফুলতি গিদালি (ইংৰাজী: Fulti Gidali; ১৯১১ - ২০১৯) এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ "ষাইটোল সম্ৰাজ্ঞী" হিচাপে পৰিচিত আছিল।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ফুলতি গিদালি (ইংৰাজী: Fulti Gidali; ১৯১১ - ২০১৯) এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ "ষাইটোল সম্ৰাজ্ঞী" হিচাপে পৰিচিত আছিল।১

জীৱনী

ফুলতি গিদালিৰ জন্ম হৈছিল ১৯১১ চনত।১২ তেওঁ "ষাইটোল" (ভাৰতৰ পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ এক ধৰণৰ লোকসঙ্গীত) গাইছিল। ষাইটোল গানৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০১০ চনত তেওঁক ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়য়ে একাডেমি পুৰস্কাৰ প্ৰদান কৰে।১২ ইয়াৰ পিছত ২০১৩ চনত পশ্চিমবঙ্গ চৰকাৰে তেওঁক বঙ্গৰত্ন পুৰস্কাৰ প্ৰদান কৰে।১২

তথ্যসূত্ৰ

  1. ↑ (22 August 2019). প্ৰয়াত হলেন বঙ্গব়ত্ন পুব়স্কাব় প্ৰাপ্ত কোচবিহাব়েব় ষাইটোল সম্ৰাজ্ঞী ফুলতি গিদালি. খবব়িয়া ২৪
  2. ↑ (23 August 2019). প্ৰয়াত কোচবিহাব়েব় ষাইটোল সম্ৰাজ্ঞী ফুলতি গিদালি. ETV Bharat

সম্পৰ্কিত শ্ৰেণী

গায়িকাভাৰতীয় মহিলাপশ্চিম বংগৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলতি গিদালি” প্ৰবন্ধৰ সংশোধন ৪৮২৫৬৫ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।