সাহিত্য
১০৩ প্ৰবন্ধ
-
লিমাৰিক (কবিতা)
লিমাৰিক (Limerick) হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে। ১৯ শতিকাত এডৱাৰ্ড লিয়েৰে এই কবিতাৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে।
-
সমালোচনাত্মক দৃষ্টি
সমালোচনাত্মক দৃষ্টি (Critical lens) হৈছে শৈলীৰ নিৰ্বাচন, কাহিনীৰ আংগিক, আৰু চৰিত্ৰৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু ইহঁতে এটা নিৰ্দিষ্ট বিষয়বস্তু (প্ৰশ্ন কৰা দৃষ্টি) কেনেকৈ দেখুৱায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহিত্যৰ কোনো বিশেষ ৰচনাক চোৱাৰ এক উপায়৷ সমালোচনাত্মক দৃষ্টি হৈছে সাধাৰণ সাহিত্য…
-
হাতেলিখা আলোচনী
হাতেলিখা আলোচনী (Handwritten Magazine) হৈছে মানুহে হাতেৰে লিখি প্ৰকাশ কৰা আলোচনী। ইয়াত আলোচনীৰ বাবে সংগ্ৰহ কৰা বিষয়সমূহ হাতেৰে লিখাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় অলংকৰণৰ বাবে চিত্ৰ অংকন কৰা আৰু আলোচনীখন বন্ধোৱা আদি সকলো কাম হাতেৰে কৰা হয়। অসমীয়া আলোচনীৰ ইতিহাস আৰম্ভ হয়, ১৮৪৬ চনৰ পৰা।
-
অভংগ
অভংগ হিন্দু দেৱতা বিথোবা নামেৰে পৰিচিত দেৱতাৰ প্ৰশংসাত গোৱা একপ্ৰকাৰৰ ভক্তিমূলক কবিতা। "অভং" শব্দটোৰ “অ’’ই “সমাপ্ত’’ বুজায় আৰু “ভংগ’’ই “বিঘিনি’’ বুজাইছে, আন কথাত ক’বলৈ গ’লে, এটা ত্ৰুটিহীন, অবিৰত প্ৰক্ৰিয়াক বুজায়; এই ক্ষেত্ৰত কবিতাক বুজোৱা হৈছে।
-
উপকথা
উপকথা (Fable) হৈছে এক সাহিত্যিক ধাৰা: এটা সংক্ষিপ্ত কাল্পনিক কাহিনী, গদ্য বা পদ্যত প্ৰাণী, কিংবদন্তি জীৱ, উদ্ভিদ, নিৰ্জীৱ বস্তু বা প্ৰকৃতিৰ শক্তি যিবোৰ নৃৰূপীত কৰা হয়। এইসমূহে এটা বিশেষ নৈতিক পাঠৰ চিত্ৰণ কৰে বা সেই দিশলৈ লৈ যায়, আৰু শেষত এটা সংক্ষিপ্ত উচ্চতম উক্তি হিচাপে স্পষ্টভাৱে যোগ কৰিব পাৰি।
-
ঔপনিৱেশিকোত্তৰ সাহিত্য
উত্তৰঔপনিৱেশিক সাহিত্য (Postcolonial literature) হৈছে পূৰ্বৰ উপনিৱেশিক দেশৰ লোকসকলৰ সাহিত্য। এন্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে ই বিদ্যমান। উত্তৰ-ঔপনিৱেশিক সাহিত্যই প্ৰায়ে এখন দেশৰ উপনিৱেশমুক্তকৰণৰ সমস্যা আৰু পৰিণতিৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ পূৰ্বতে বশৱৰ্তী হোৱা লোকসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক…
-
চাক্ষুস কবিতা
কবিতাৰ অৰ্থ প্ৰকাশৰ বাবে গ্ৰাফিক আৰু দৰ্শনীয় নমুনাৰ উপাদানসমূহ সন্নিৱিষ্ট কৰি সৃষ্টি কৰা কবিতাৰ এক শৈলীক চাক্ষুস কবিতা বা (Visual poetry) বোলা হয়। এই শৈলীত দৃশ্য কলা আৰু লিখিত প্ৰকাশৰ সংমিশ্ৰণেৰে কবিতা উপস্থাপন আৰু ব্যাখ্যাৰ নতুন পদ্ধতি সৃষ্টি কৰা হৈছে।
-
জীৱনী
জীৱনী (Biography) হৈছে এজন ব্যক্তিৰ জীৱনৰ বিশদ বিৱৰণ। জীৱনীত শিক্ষা, কৰ্ম, সম্পৰ্ক, মৃত্যু আদি মৌলিক তথ্যবোৰৰ লগতে সামাজিক দিশ একোটা জড়িত হৈ আছে। ইয়াত এজন ব্যক্তিৰ এই জীৱনৰ পৰিঘটনাবোৰৰ অভিজ্ঞতাক চিত্ৰিত কৰা হৈছে।
-
প্ৰস্তাৱনা
প্ৰস্তাৱনা (prologue or prologe) (মূল:গ্ৰীক ভাষাত: πρόλογος prólogos, πρό pró, "আগতে" আৰু λόγος lógos, "শব্দ") হৈছে এটা কাহিনীৰ পাতনি বা আৰম্ভণি যিয়ে প্ৰসংগ প্ৰতিষ্ঠা কৰে আৰু পটভূমিৰ বিৱৰণ দিয়ে৷ মূল কাহিনীৰ সৈতে বান্ধ খোৱা কিছুমান পূৰ্বৰ কাহিনী, আৰু অন্যান্য বিবিধ তথ্যক সাধাৰণতে প্ৰস্তাৱনাত ঠাই…
-
মালয়েছিয়ান সাহিত্য
মালয়েছিয়ান সাহিত্য হ'ল ১৯৬৩ চনলৈকে মালয় উপদ্বীপত আৰু তাৰ পিছত মালয়েছিয়াত সৃষ্টি হোৱা সাহিত্যৰাজি। মালয়েছিয়ান সাহিত্যই মালয়েছিয়াত ৰচিত সাহিত্যৰাজিক বুজায়, যি মালয়েছিয়াৰ চাৰিটা প্ৰধান ভাষা ক্ৰমে মালয়, ইংৰাজী, চীনা আৰু তামিল ভাষাত ৰচিত।
-
মুন্ধুম
মুন্ধুম (পেইলান নামেৰেও জনাজাত) নেপালৰ লিম্বু জনগোষ্ঠীৰ প্ৰাচীন ধৰ্মগ্ৰন্থ আৰু লোকসাহিত্য। ই নেপালৰ এক প্ৰাচীন, থলুৱা ধৰ্ম। লিম্বু ভাষাত মুন্ধুমৰ অৰ্থ হৈছে "মহা শক্তিৰ শক্তি।" মুন্ধুমত ভাৰতীয় উপমহাদেশত বৈদিক সভ্যতাৰ উত্থানৰ আগৰপৰাই পালন কৰা য়াকথুং (লিম্বু) সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ বহু দিশ…
-
মৈথিলী সাহিত্য
মৈথিলী সাহিত্য হ'ল মৈথিলী ভাষাৰ কবিতা, উপন্যাস, চুটিগল্প, নথি-পত্ৰ আৰু অন্যান্য লেখাৰ সম্পূৰ্ণ সংগ্ৰহ। মৈথিলী ভাষাৰ বিখ্যাত কবি হ'ল বিদ্যাপতি (১৩৫০-১৪৫০)। মৈথিলী ভাষা লিখা লিপিটোক মিথিলাক্ষৰ বা তিৰহুতা লিপি নামেৰে জনা যায়।
-
লেখিকা
প্ৰাচীনতম লিখিত সাহিত্যৰ সময়ৰে পৰাই নাৰীয়ে সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। আদিম সভ্যতাৰ পৰাই লিখিত যোগাযোগৰ ক্ষেত্ৰত নাৰীসকলে অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
-
সংকলন
সংকলন (Anthology) হৈছে গ্ৰন্থ প্ৰকাশনত সংকলনকাৰীয়ে নিৰ্বাচন কৰা সাহিত্যিক ৰচনাৰ সংগ্ৰহ বা একত্ৰীকৰণ। ই বিভিন্ন লেখকৰ নাটক, কবিতা, চুটিগল্প, গীত বা উদ্ধৃতিৰ সংকলন বা সংগ্ৰহ হ'ব পাৰে।
-
ৰচনা
ৰচনা (Essay) হ’ল, সাধাৰণতে লেখকৰ নিজা যুক্তি-সন্নিৱিষ্ট এটা লেখা। ৰচনাসমূহক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। আনুষ্ঠানিক ৰচনাৰ বৈশিষ্ট্য হৈছে "গুৰুতৰ উদ্দেশ্য, মৰ্যাদা, যুক্তিসংগত সংগঠন, আৰু দৈৰ্ঘ্য"।
-
উপন্যাসিকা
উপন্যাসিকা (Novella) হৈছে এক আখ্যানমূলক গদ্য কল্পকাহিনী যাৰ দৈৰ্ঘ্য প্ৰায়বোৰ উপন্যাসতকৈ কম, কিন্তু বেছিভাগ চুটিগল্পতকৈ দীঘল। উপন্যাসিকাৰ ইংৰাজী শব্দ novella ইটালীয় novellaৰ পৰা আহিছে যাৰ অৰ্থ সত্য (বা আপাত দৃষ্টিত তেনেকুৱা) তথ্যৰ সৈতে জড়িত এটা চুটিগল্প।
-
কাকলি (শিশু আলোচনী)
কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল।
-
কেলিগ্ৰাম
কেলিগ্ৰাম একধৰণৰ সুসজ্জিত শব্দৰ সমষ্টি, যাৰ দ্বাৰা বিষয়ভিত্তিকভাৱে সম্পৰ্কিত প্ৰতিচ্ছবি গঠন কৰে। ই কবিতা, বাক্যাংশ, শাস্ত্ৰৰ অংশ বা এটা শব্দ হ’ব পাৰে; দৃশ্যমান ব্যৱস্থা টাইপফেচ, কেলিগ্ৰাফী বা হস্তলিপিৰ নিৰ্দিষ্ট ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে; যেনে অ-সমান্তৰাল আৰু বক্ৰ লিখনী, বা আকৃতিৰ অনুচ্ছেদত।
-
জয়পুৰ সাহিত্য উৎসৱ
জয়পুৰ সাহিত্য উৎসৱ (Jaipur Literature Festival) (JLF)-ক প্ৰায়ে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য অনুষ্ঠান" বুলি প্ৰশংসা কৰা হয়৷ এয়া হৈছে ভাৰতৰ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা এক বিখ্যাত বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ।
-
ডিজিটেল কবিতা
ডিজিটেল কবিতা ইলেক্ট্ৰনিক সাহিত্যৰ এটা প্ৰকাৰ, যিয়ে কম্পিউটাৰৰ বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ ব্যৱহাৰেৰে কবিতাৰ বিস্তৃত দৃষ্টিভংগী প্ৰদৰ্শন কৰে। ডিজিটেল কবিতা চিডি-ৰম, ডিভিডি, আৰ্ট গেলেৰীত ইনষ্টলেচন হিচাপে, কিছুমান ক্ষেত্ৰত ডিজিটেল ভিডিঅ’ বা ছবি হিচাপে, ডিজিটেল হ’ল’গ্ৰাম হিচাপে, ৱৰ্ল্ড ৱাইড ৱেব বা…
-
নাৰীবাদী সাহিত্য সমালোচনা
নাৰীবাদী সাহিত্য সমালোচনা (Feminist literary criticism) হৈছে নাৰীবাদী তত্ত্ব তথা নাৰীবাদী ৰাজনীতিৰ দ্বাৰা গঠিত সাহিত্য সমালোচনা। ই সাহিত্যৰ ভাষাক সমালোচনা কৰিবলৈ নাৰীবাদৰ নীতি আৰু আদৰ্শ ব্যৱহাৰ কৰে।
-
পাঁচালী সাহিত্য
পাঁচালি সাহিত্য হৈছে ষোড়শ শতাব্দীৰ সময়ছোৱাত বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবিসকলে ৰচনা কৰা সাহিত্য। সত্যেন্দ্ৰনাথ শৰ্মাই এই সাহিত্যক পাঁচালি সাহিত্য বা ওজাপালি সাহিত্য হিচাপে নামকৰণ কৰিছে। এই সাহিত্যৰ দুটা ভাগ দেখা যায়।
-
প্ৰথমখন উপন্যাস
প্ৰথমখন উপন্যাস (Debut Novel) হৈছে এজন ঔপন্যাসিকে প্ৰকাশ কৰা প্ৰথমখন উপন্যাস। প্ৰথমখন উপন্যাসক লেখকৰ প্ৰকাশন উদ্যোগত প্ৰভাৱ পেলোৱাৰ প্ৰথমটো সুযোগ বুলি ক'ব পাৰি, আৰু এইদৰে আত্মপ্ৰকাশ কৰা উপন্যাসখনৰ সফলতা বা বিফলতাই ভৱিষ্যতে সেইগৰাকী লেখকৰ গ্ৰন্থৰ উদ্যোগত ক্ষমতা সৃষ্টি কৰাত প্ৰভাৱ পেলাব পাৰে।
-
বাহ্যিক সাহিত্য
বাহ্যিক সাহিত্য (Outdoor Literature) হৈছে বহিঃজগতৰ বিষয়ে বা বাহ্যিক পৃথিৱীৰ লগত জড়িত এক সাহিত্য ধাৰা। বাহ্যিক সাহিত্যই অন্বেষণ সাহিত্য, দুঃসাহসিক সাহিত্য, পাহাৰীয়া সাহিত্য আৰু প্ৰকৃতি লেখাকে ধৰি কেইবাটাও ভিন্ন উপধাৰা সামৰি লৈছে।
-
ব্ৰজ সাহিত্য
ব্ৰজ সাহিত্য ব্ৰজ ভাষাত ৰচিত সাহিত্য। এই ভাষা ১৫ শতিকাৰ সময়ছোৱাত ভক্তি আন্দোলনৰ কৃষ্ণৰ প্ৰশংসাৰ ভক্তিমূলক গীতৰ ৰূপ হিচাপে বিকশিত হোৱা পশ্চিমীয়া হিন্দী ভাষাসমূহৰ ভিতৰত অন্যতম সাহিত্যিক ভাষা।
-
ভূটানী সাহিত্য
ভূটানী সাহিত্য হ'ল ভূটানত প্ৰচলিত জোংখা, নেপালী আদি বিভিন্ন ভাষাত লিখা সাহিত্য। আধুনিক ভূটানী সাহিত্য চৰ্চা ১৯৫০ চনৰ পৰা আৰম্ভ হয়। আগতে ভূটানী সাহিত্য ধৰ্মীয় শিক্ষাক কেন্দ্ৰ কৰি আছিল। আধুনিক ভূটানী সাহিত্য লোককথাৰ ওপৰত অধিক কেন্দ্ৰিত।
-
যাদু বাস্তৱবাদ
যাদু বাস্তৱবাদ (Magic realism) হৈছে সাহিত্যিক কল্পকাহিনী আৰু শিল্পৰ এক শৈলী। ই পৃথিৱীৰ বাস্তৱিক দৃষ্টিভংগী চিত্ৰিত কৰাৰ লগতে যাদুকৰী উপাদানসমূহো যোগ কৰে। ই প্ৰায়ে কল্পনা আৰু বাস্তৱৰ মাজৰ ৰেখাডাল অস্পষ্ট কৰি তোলে।
-
শাহনামা
শাহনামা (পাৰ্চী: شاهنامه Šāhnāmeh, "ৰজাৰ কিতাপ") হৈছে পাৰ্চী (বৰ্তমানৰ ইৰাণৰ) কবি ফাৰ্দৌছিয়ে লিখা এটা দীঘলীয়া মহাকাব্য। ৯৭৭ চনৰ পৰা ১০১০ চনৰ ভিতৰত ৩০ বছৰতকৈও অধিক সময় ধৰি এই মহাকাব্যখন লিখিছিল ফাৰ্দৌছিয়ে আৰু এইখনেই হ'ল এজন ব্যক্তিৰ দ্বাৰা ৰচিত আটাইতকৈ দীঘলীয়া মহাকাব্য।
-
সাহিত্যিক ধাৰা
সাহিত্যিক ধাৰা (Literary genre) হৈছে সাহিত্যৰ এটা শ্ৰেণী। সাহিত্যিক কৌশল, সুৰ, বিষয়বস্তু বা দৈৰ্ঘ্যৰ দ্বাৰা (বিশেষকৈ কল্প-কাহিনীৰ বাবে) ধাৰা নিৰ্ধাৰণ কৰিব পাৰি। ইহঁত সাধাৰণতে অধিক বিমূৰ্ত, সামৰি লোৱা শ্ৰেণীৰ পৰা গতি কৰে, যিবোৰক তাৰ পিছত অধিক সুনিৰ্দিষ্ট পাৰ্থক্যত উপ-বিভক্ত কৰা হয়।
-
অগ্ৰি
অগ্ৰি হাংগেন বা অগ্ৰি হাংকেন হৈছে মেইতেই বা মণিপুৰী সাংস্কৃতিক সংগীত অনুষ্ঠান, য'ত সূৰ্য্যৰ বিভিন্ন উপাধি আৰু পৃথিৱী সৃষ্টিৰ পৌৰাণিক কাহিনী বৰ্ণনা কৰা হয়। এয়া সাধাৰণতে লাই হাৰাওবা উৎসৱৰ শেষত গোৱা হয় আৰু ইয়াৰ বিষয়বস্তু পৃথিৱী সৃষ্টিৰ মিথৰ সৈতে গভীৰভাৱে জড়িত।