সাহিত্য
১০৩ প্ৰবন্ধ
-
লিখন শৈলী
সাহিত্যত লিখন শৈলী বা লিখাৰ শৈলী(Writing Style) হৈছে কোনো ব্যক্তি, যুগ, বিদ্যালয় বা জাতিৰ বৈশিষ্ট্যপূৰ্ণ ভাষাত চিন্তা প্ৰকাশ কৰাৰ ধৰণ। ব্ৰাইয়ান ৰেইৰ মতে, শৈলী হৈছে এক বহল চিন্তা, যিয়ে "পাঠকৰ সৈতে, পাঠ্য, লেখকসকলে কৰা ব্যাকৰণগত পছন্দ, কিছুমান প্ৰসংগত নীতি-নিয়ম মানি চলাৰ গুৰুত্ব আৰু আন কিছুমানত…
-
লিহাফ
লিহাফ হৈছে ইস্মত চুগতাইয়ে লিখা ১৯৪২ চনৰ উৰ্দু ভাষাৰ চুটিগল্প। উৰ্দু সাহিত্যিক আলোচনী অদব-ই-লতিফত প্ৰকাশিত এই গল্পটোৰ ফলত বহু বিতৰ্ক, উৎকট আৰু এক অশ্ৰাব্য অশ্লীলতাৰ মুকদ্দমাৰ বিচাৰ হৈছিল, য'ত ইস্মতে নিজকে পাকিস্তানৰ লাহোৰ চহৰৰ আদালতত এই কামৰ বাবে ৰক্ষা কৰিব লগা হৈছিল।
-
লেখকৰ ঘৰ
লেখকৰ ঘৰ (Writer's home) (কেতিয়াবা লেখকৰ, লেখকৰ বা সাহিত্যৰ ঘৰ) হৈছে লেখকসকলে বাস কৰা স্থান। সঘনাই এই ঘৰবোৰ ঐতিহাসিক ঘৰ সংগ্ৰহালয় আৰু সাহিত্য পৰ্যটন স্থলী হিচাপে সংৰক্ষিত হৈ থাকে, যিবোৰক লেখকৰ ঘৰ সংগ্ৰহালয় বুলি কোৱা হয়; বিশেষকৈ যেতিয়া ঘৰবোৰ বিখ্যাত সাহিত্যিক ব্যক্তিৰ ঘৰ হয়।
-
সময়সাপেক্ষ কবিতা
সময়সাপেক্ষ কবিতা (Occasional Poetry) হ’ল কোনো বিশেষ উপলক্ষে ৰচনা কৰা কবিতা। সাহিত্যৰ ইতিহাসত ইয়াক প্ৰায়ে মৌখিক, পৰিৱেশন, পৃষ্ঠপোষকতাৰ সৈতে জড়িত কৰি অধ্যয়ন কৰা হয়।
-
সান্ধ্য ভাষা
সান্ধ্য ভাষা বা সন্ধ্যাভাষা বা গোপন ভাষা হৈছে সংস্কৃত শব্দ (,, )ৰ অনুবাদ, যাৰ আধুনিক ভাৰতীয় সমতুল্য বাংলা, ওড়িয়া, অসমীয়া, মৈথিলী, হিন্দী, নেপালী, ব্ৰজভাষা আৰু খোড়িবোলী আদিতো আছে।
-
সাহিত্যত ৰবট
মানৱ সংস্কৃতিত কৃত্ৰিম মানুহ আৰু স্বায়ত্তশাসিত কৃত্ৰিম সেৱকৰ এক দীঘলীয়া ইতিহাস আছে যদিও ৰবট শব্দটো আৰু উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰে সজ্জিত চলন্ত যন্ত্ৰ হিচাপে ইয়াৰ আধুনিক সাহিত্যিক ধাৰণাটো মোটামুটি শেহতীয়া।
-
সাহিত্যিক এজেণ্ট
সাহিত্যিক এজেণ্ট (Literary Agent) হৈছে এনে এজন ব্যক্তি বা এজেণ্ট যিয়ে লেখক আৰু তেওঁলোকৰ লিখিত ৰচনাসমূহক প্ৰকাশক, নাট্য প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, আৰু চলচ্চিত্ৰ ষ্টুডিঅ'ৰ সমুখত প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰি বিক্ৰী আৰু চুক্তিৰ আলোচনাত সহায় কৰে।
-
সাহিত্যৰ সমাজতত্ত্ব
সাহিত্যৰ সমাজতত্ত্ব (Sociology of literature) সংস্কৃতিৰ সমাজতত্ত্বৰ এটা উপক্ষেত্ৰ। ইয়াত সাহিত্যৰ সামাজিক দৃষ্টিপাত আৰু ইয়াৰ সামাজিক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হৈছে।
-
সৃষ্টিশীল অ-কল্পকাহিনী
সৃষ্টিশীল অকল্পকাহিনী (Creative Nonfiction) (সাহিত্যিক অকল্পকাহিনী বা আখ্যানমূলক অকল্পকাহিনী বা সাহিত্যিক সাংবাদিকতা বা verfabula বুলিও কোৱা হয়) হৈছে সাহিত্যিক শৈলী আৰু কৌশল ব্যৱহাৰ কৰি বাস্তৱিকভাৱে সঠিক আখ্যান সৃষ্টি কৰা লেখাৰ ধাৰা।
-
সৰস্বতী মন্দিৰ
সৰস্বতী মন্দিৰ (Saraswati Mandir) বা সাৰিকা সদন বা নৰ্মদ হাউচ হৈছে ভাৰতৰ গুজৰাটৰ চুৰাটত অৱস্থিত এটা লেখক-গৃহ সংগ্ৰহালয়। ১৮৬৬ চনত গুজৰাটী কবি নৰ্মদে নিৰ্মাণ কৰা এই ঘৰটো ২০১৫ চনত সংস্কাৰ কৰি নৰ্মদলৈ উৎসৰ্গিত এক সংগ্ৰহালয় আৰু স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয়।
-
ৰাজনৈতিক কবিতা
ৰাজনৈতিক কবিতাই (Political Poetry) ৰাজনীতি আৰু কবিতাক একত্ৰিত কৰে। ডেভিদ অৰৰ "দ্য পলিটিক্স অৱ পয়েট্ৰি"ৰ মতে, কবিতা আৰু ৰাজনীতি প্ৰকাশ আৰু অনুভূতিৰ জৰিয়তে সংযোগ ঘটায়, যদিও দুয়োটাই ব্যাখ্যাযোগ্য বিষয়। ৰাজনৈতিক কবিতাই মানুহৰ অনুভূতিৰ লগত সংযোগ ঘটায়, আৰু ৰাজনীতিয়ে সাম্প্ৰতিক ঘটনাৰ লগত সংযোগ কৰে।
-
ৰেৱতী (চুটিগল্প)
ৰেবতী (ওড়িয়া: ରେବତୀ) হ'ল ওড়িয়া সাহিত্যিক ফকীৰ মোহন সেনাপতিৰ দ্বাৰা ৰচিত আৰু ১৮৯৮ চনত প্ৰকাশিত চুটিগল্প। সেই বছৰৰে অক্টোবৰ মাহত উৎকল সাহিত্য পত্ৰিকাৰ দ্বিতীয় বৰ্ষ দশম (কাৰ্ত্তিক ১৩০৬) সংখ্যাত প্ৰথম প্ৰকাশিত হৈছিল। ফকীৰ মোহনে এই পত্ৰিকাত শ্ৰী ধুৰ্জটি ছদ্ম নামেৰে এহি গল্পটো লিখিছিল।
-
ৱান থাউজেণ্ড ডলাৰ
ৱান থাউজেণ্ড ডলাৰ (এহেজাৰ ডলাৰ) হ'ল আমেৰিকান লিখক অ’ হেনৰীৰ এটা চুটিগল্প, য’ত সাধাৰণ অপ্ৰত্যাশিত উপসংহাৰ দেখা পোৱা যায়। ১৯০৮ চনত এই চুটিগল্পটো দ্য ভইচ অৱ দ্য চিটি সংকলনত প্ৰকাশ কৰা হৈছিল। ১৯১৮ চনত এই চুটিগল্পৰ আধাৰত পাঁচ ৰিলৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।