মহাত্মা গান্ধী
৫৫ প্ৰবন্ধ
-
ভাইকম সত্যাগ্ৰহ
ভাইকম সত্যাগ্ৰহ (Vaikom Satyagraha) হ’ল, ১৯২৪ চনৰ ৩০ মাৰ্চৰ পৰা ১৯২৫ চনৰ ২৩ নৱেম্বৰলৈকে ট্ৰাভাঙ্কোৰ ৰাজ্যৰ ভাইকম মন্দিৰত ৰাজহুৱা প্ৰৱেশাধিকাৰৰ বাবে হোৱা এক অহিংস আন্দোলন। ট্ৰাভাঙ্কোৰ ৰাজ্য ইয়াৰ কঠোৰ আৰু দমনমূলক বৰ্ণ ব্যৱস্থাৰ বাবে জনাজাত আছিল।
-
সৰ্বোদয়া
সৰ্বোদয়া হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে 'সৰ্বজনীন উন্নতি' বা 'সকলোৰে প্ৰগতি'। মহাত্মা গান্ধীয়ে ১৯০৮ চনত জন ৰাস্কিনৰ ৰাজনৈতিক অৰ্থনীতিৰ ওপৰত ৰচা আনটু দিছ লাষ্টৰ অনুবাদৰ শিৰোনাম হিচাপে এই শব্দটি ব্যৱহাৰ কৰিছিল, আৰু গান্ধীয়ে তেওঁৰ নিজৰ ৰাজনৈতিক দৰ্শনৰ আদৰ্শৰ বাবে শব্দটো ব্যৱহাৰ কৰিছিল।
-
আওং যুদ্ধ
আওং যুদ্ধ ১৮৫৭ চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ সময়ত ১৮৫৭ চনৰ ১৫ জুলাইত ইষ্ট ইণ্ডিয়া কোম্পানী বাহিনী আৰু নানা চাহাবৰ বাহিনীৰ মাজত আওং যুদ্ধ সংঘটিত হৈছিল। জেনেৰেল ছাৰ হেনৰী হেভলকৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীয়ে কানপুৰলৈ আগবাঢ়ি আহিছিল আৰু এই বাহিনীটো বিদ্ৰোহী চিপাহী সেনাৰ সহায়ত নানা…
-
আলফ্ৰেড হাইস্কুল
ৰাজকোটৰ আলফ্ৰেড হাইস্কুল (মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়) ভাৰতৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম।
-
ই এম এছ নামবুদিৰিপাদ
ই এম এছ নামবুদিৰিপাদ ৰ জন্ম হৈছিল ১৯০৯ চনৰ ১৩ জুন আৰু মৃত্যু হৈছিল ১৯৯৮ চনৰ ১৯ মাৰ্চত। নামবুদিৰিপাদক তেওঁৰ নামৰ আৰম্ভণিৰ আখৰ ই.এম.এছ. নামবুৰিদিপাদ হিচাপে বিখ্যাত। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে তেওঁ ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। নামবুৰিদিপাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য নাছিল।
-
ইণ্ডিয়ান এম্বুলেঞ্চ ক'ৰ্পছ
ইণ্ডিয়ান এম্বুলেঞ্চ ক'ৰ্পছ (Indian Ambulance Corps) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঠন কৰা এম্বুলেন্স বাহিনী। দ্বিতীয় বোৱেৰ যুদ্ধৰ সময়ত ব্ৰিটিছসকলে ষ্ট্ৰেচ্ছাৰ বাহক হিচাপে ব্যৱহাৰ কৰাৰ বাবে মহাত্মা গান্ধীয়ে নাটাল ইণ্ডিয়ান এম্বুলেন্স কৰ্পছ গঠন কৰিছিল।
-
গান্ধী এঘাৰটা ব্ৰত
এঘাৰটা ব্ৰত (একাদশ ব্ৰত) মহাত্মা গান্ধীয়ে মূলতঃ আশ্ৰমত বাস কৰা সকলোৰে বাবে নিৰ্ধাৰণ কৰা নৈতিক ব্যৱস্থাৰ এক অংশ আছিল। গান্ধীয়ে আশ্ৰমত এই এঘাৰটা ব্ৰত পালনৰ ওপৰত জোৰ দিছিল।
-
গান্ধী পৰিয়াল
গান্ধী পৰিয়াল (Gandhi family) হৈছে মোহনদাস কৰমচান্দ গান্ধীৰ পৰিয়াল (২ অক্টোবৰ ১৮৬৯ – ৩০ জানুৱাৰী ১৯৪৮)। গান্ধী ব্ৰিটিছ ৰাজৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য পথপ্ৰদৰ্শক সন্মানীয় নেতা আছিল।
-
গান্ধী বজাৰ
গান্ধী বজাৰ (Gandhi Bazaar) বেংগালুৰুৰ বচৱানগুড়িৰ এক ব্যস্ত বজাৰ অঞ্চল, যাক মুখ্যতঃ ইয়াৰ ফুল আৰু কনডিমেণ্ট হকাৰ দোকানৰ বাবে জনা যায়।
-
গান্ধী ভৱন
গান্ধী ভৱন (Gandhi Bhawan)হৈছে ভাৰতৰ চণ্ডীগড় চহৰৰ এক মুখ্য আকৰ্ষণ তথা মহাত্মা গান্ধীৰ বাণী আৰু কৰ্ম বিষয়ক অধ্যয়নৰ বাবে উচৰ্গিত এক কেন্দ্ৰ। লী ক'ৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াক ডিজাইন কৰিছিল।
-
গান্ধী হিল, বিজয়বাড়া
গান্ধী হিল অথবা গান্ধী পাহাৰ (Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।
-
গান্ধীবাদী সমাজবাদ
মহাত্মা গান্ধীৰ তত্ত্বসমূহৰ হিন্দু জাতীয়তাবাদী ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সমাজবাদৰ এটা শাখা হ’ল গান্ধীবাদী সমাজবাদ। সাধাৰণতে গান্ধীয়ে ৰচনা কৰা হিন্দ স্বৰাজ বা ভাৰতীয় গৃহ-শাসনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এটা ধাৰণা এই গান্ধীবাদী সমাজবাদ।
-
তিনি জ্ঞানী বান্দৰ
তিনি জ্ঞানী বান্দৰ (Three wise monkeys; 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়।
-
তীস জানুৱাৰী ৰ'ড
তীস জানুৱাৰী ৰ’ড (Hindi: Tees January Marg) বা ত্ৰিশ জানুৱাৰী পথ ভাৰতৰ দিল্লী মহানগৰীৰ লুটিয়েনচ্ দিল্লীত থকা এটি পথ। ইয়াক পূৰ্বতে আলবুকুৰ্ক ৰ’ড বুলি কোৱা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দেশৰ হকে মহাত্মাই দিয়া প্ৰাণ বলিদানক স্মৰণ কৰি পথটো ত্ৰিশ (হিন্দীত তীস) জানুৱাৰী নমেৰে নামাঙ্কণ কৰা হৈছিল।
-
ধৰাসন সত্যাগ্ৰহ
ধৰাসন সত্যাগ্ৰহ (Dharasana Satyagraha) হ’ল, ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা নিমখ কৰৰ বিৰুদ্ধে ১৯৩০ চনৰ মে’ মাহত ভাৰত উপমহাদেশত হোৱা এক প্ৰতিবাদী আন্দোলন। লোণ আইন অমান্য আন্দোলনৰ অংশ ৰূপে দাণ্ডিলৈ হোৱা পদযাত্ৰা সমাপ্ত হোৱাৰ পিছত, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰতিবাদ ৰূপে মহাত্মা গান্ধীয়ে গুজৰাটত ধৰাসন…
-
মণি ভৱন
মণি ভৱন(Mani Bhavan) হৈছে ভাৰতৰ মুম্বাইত অৱস্থিত এক ঐতিহাসিক অট্টালিকা, য’ত মহাত্মা গান্ধীয়ে দীৰ্ঘদিন ধৰি বাস কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। এইটো আছিল ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈকে গান্ধীজীৰ বাসগৃহ। এই ভৱনটো মুম্বাইৰ গামদেৱী অঞ্চলৰ ১৯ লাবাৰ্নাম ৰোডত অৱস্থিত।
-
মতিলাল জটৱানী
মতিলাল ৱাধুমল জটৱানী (Motilal Jotwani; জন্ম:১৩ জানুৱাৰী,১৯৩৬-মৃত্যু:২৮ জানুৱাৰী, ২০০৮) হৈছে এগৰাকী ভাৰতীয় লেখক, শিক্ষাবিদ, গান্ধীবাদী। তেওঁ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট, যি সিন্ধী ভাষা আৰু সাহিত্যৰ বিশেষজ্ঞ।জটৱানীয়ে ভাষা-সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, ভাৰত চৰকাৰে ২০০৩ চনত…
-
মহাত্মা ফুলে মিউজিয়াম
মহাত্মা ফুলে মিউজিয়াম (Mahatma Phule Museum) হৈছে মহাৰাষ্ট্ৰৰ পুনাত অৱস্থিত এটি সংগ্ৰহালয়। ১৮৯০ চনত এইটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়া এই সংগ্ৰহালয়টো পুনা উদ্যোগিক সংগ্ৰহালয় (পুনা ইণ্ডাষ্ট্ৰিয়েল মিউজিয়াম) নামেৰে জনা গৈছিল। পিছত ‘লৰ্ড ৰে মিউজিয়াম’ নামেৰে নামাকৰণ কৰা হৈছিল।
-
যশপাল
যশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত।
-
লক্ষ্মী চান্দ জৈন
লক্ষ্মী চান্দ জৈন (Lakshmi Chand Jain; জন্ম:১৯২৫-মৃত্যু:২০১০) এগৰাকী ৰাজনৈতিক এক্টিভিষ্ট আৰু লেখক। পিছলৈ বিভিন্ন সময়ত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে, দক্ষিণ আফ্ৰিকাত ভাৰতীয় উচ্চায়ুক্ত হিচাপে, বান্ধ সম্পৰ্কীয় বিশ্ব আয়োগৰ (WCD) সদস্য হিচাপে আৰু ভাৰতীয় সমবায় সংঘ আৰু সৰ্বভাৰতীয় হস্তশিল্প…
-
লাল নিশান পাৰ্টি
লাল নিশান পাৰ্টি আছিল মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা কমিউনিষ্ট ৰাজনৈতিক দল। এই দলটো ১৯৬৫ চনত প্ৰতিষ্ঠা কৰা হয়। এল এন পিৰ মূল কাম আছিল ট্ৰেড ইউনিয়নৰ সক্ৰিয়তা। দলটোৰ ট্ৰেড ইউনিয়নৰ নাম আছিল সৰ্বশ্ৰমিক সংঘ (SSS)। দলীয় প্ৰকাশনখনৰ নাম আছিল নৱে পৰ্ব।
-
শামলদাস গান্ধী
শামলদাস গান্ধী (Samaldas Gandhi; ১৮৯৭-১৯৫৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য জুনাগড়ৰ আৰ্জি হুকুমাত বা অস্থায়ী চৰকাৰৰ মুখ্য পথপ্ৰদৰ্শক আছিল৷
-
ৰজা মহেন্দ্ৰ প্ৰতাপ
ৰজা মহেন্দ্ৰ প্ৰতাপ (Raja Mahendra Pratap; জন্ম:১ ডিচেম্বৰ, ১৮৮৬-২৯ এপ্ৰিল, ১৯৭৯) হৈছে এগৰাকী ভাৰতীয় স্বাধীনতা-সংগ্ৰামী, সাংবাদিক আৰু বিপ্লৱী। তেওঁ ১৯১৫ চনত, কাবুলৰপৰা প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্বাচিত ভাৰত চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ অস্থায়ী চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু ব্ৰিটিছ ভাৰতৰ সমাজ…
-
ৰাম নাথ পুৰী
ৰাম নাথ পুৰী (Ram Nath Puri বা Ramnath Puri) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান স্বাধীনতা-সংগ্ৰামী; যাক ভাৰতীয় বিপ্লৱী পত্ৰিকা চাৰ্কুলাৰ-ই-আজাদৰ সম্পাদক ৰূপে জনা যায়। এই আলোচনীখনে ব্ৰিটিছ ৰাজক সমালোচনা কৰিছিল আৰু ই গদাৰ পাৰ্টিৰ প্ৰাৰম্ভিক ইতিহাসৰ সৈতে জড়িত আছিল।
-
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক বা ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক (National Salt Satyagraha Memorial) বা দাণ্ডী স্মাৰক ভাৰতৰ গুজৰাটৰ ডাণ্ডী নামৰ এখন গাঁৱত অৱস্থিত এক স্মৃতিসৌধ। এই স্মাৰকৰ দ্বাৰা লোণ সত্যাগ্ৰহৰ অংশগ্ৰহণকাৰীসকলক সন্মান জনোৱা হয়।