অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গান্ধী ভৱন

গান্ধী ভৱন (Gandhi Bhawan)হৈছে ভাৰতৰ চণ্ডীগড় চহৰৰ এক মুখ্য আকৰ্ষণ তথা মহাত্মা গান্ধীৰ বাণী আৰু কৰ্ম বিষয়ক অধ্যয়নৰ বাবে উচৰ্গিত এক কেন্দ্ৰ। লী ক'ৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াক ডিজাইন কৰিছিল।

হালনাগাদ: ৪ অক্টোবৰ ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গান্ধী ভৱন (Gandhi Bhawan)হৈছে ভাৰতৰ চণ্ডীগড় চহৰৰ এক মুখ্য আকৰ্ষণ তথা মহাত্মা গান্ধীৰ বাণী আৰু কৰ্ম বিষয়ক অধ্যয়নৰ বাবে উচৰ্গিত এক কেন্দ্ৰ। লী ক'ৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াক ডিজাইন কৰিছিল।১২

সজ্জা

এই প্ৰেক্ষাগৃহটো পুখুৰী এটাৰ পানীৰ মাজত অৱস্থিত। নিৰ্মাতাৰ দ্বাৰা ডিজাইন কৰা এটা মিউৰালে প্ৰবেশ পথত দৰ্শনাৰ্থীসকলক সম্ভাষণ জনায়। ‘সত্যই ঈশ্বৰ’- এই কথাষাৰ প্ৰৱেশ পথত লিখা আছে। বৰ্তমান সময়ত, ইয়াত গান্ধী বিষয়ক যথেষ্ট সংখ্যক কিতাপৰ সংগ্ৰহ আছে।

তথ্যসূত্ৰ

  1. ↑ (25 April 1982). Le Corbusier's Chandigarh. Nytimes.com
  2. ↑ City comes together to support Hazare - Indian Express. Indianexpress.com

সম্পৰ্কিত শ্ৰেণী

স্থাপত্যমহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী ভৱন” প্ৰবন্ধৰ সংশোধন ৫৪১৮৪৩ (৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।