তালিকাসমূহ
৫৪ প্ৰবন্ধ
-
অসমৰ উদ্ভিদ (তালিকা)
অকাজী ফুল অপৰাজিতা অশোক ফুল অসমৰ বনৌষধি অৰ্কিড অৰ্জুন গছ আঁহত আখৈ ফুল আদা আম আমলখি আহোম বগৰী ইচবগুল ইলাচী উড়ল গছ এজাৰ এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ এৰিডেছ অ'ড'ৰাটা ঔ টেঙা ঔষধি উদ্ভিদ কঠনা ফুল কদম কপৌ ফুল কলমৌ কাজিনেমু কামিনী কাঞ্চন কুঞ্জলতা কৃষ্ণচূড়া কেচেৰু গছ কেঞাবন কেতেকী ফুল কেলান্থে অ'ডোৰা কৌপাত…
-
আৱিষ্কাৰ আৰু আৱিষ্কাৰক
আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:
-
ইউৰোপত কথা কোৱা লোকৰ সংখ্যা অনুসৰি ভাষাৰ তালিকা
এইটো কেৱল ইউৰোপ স্থানীয় ভাষা কোৱা লোকৰ সংখ্যা অনুসৰি ইউৰোপীয় ভাষাসমূহৰ এখন তালিকা।
-
উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে।
-
এ. আৰ. ৰহমানে লাভ কৰা তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰসমূহৰ তালিকা
{| ! বৰ্ষ !! বঁটা !! সন্মানিত কৰা সংস্থা !! টোকা |- | ১৯৯৫ || কালাইমামণি || তামিলনাডু চৰকাৰ || সংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে |- | ২০০০ || পদ্মশ্ৰী || ভাৰত চৰকাৰ || চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা |- | ২০০১ || আৱধ সম্মান || উত্তৰ প্ৰদেশ চৰকাৰ || সংগীতজগতলৈ আগবঢ়োৱা ব্যতিক্ৰমী তথা…
-
গাণিতিক ধ্ৰুৱকৰ তালিকা
__NOTOC__গাণিতিক ধ্ৰুৱক হৈছে এনে এটা সংখ্যা যাৰ মান এটা দ্ব্যৰ্থহীন সংজ্ঞাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ইয়াক প্ৰায়ে এটা চিহ্ন (যেনে, বৰ্ণমালাৰ আখৰ) বা গণিতজ্ঞসকলৰ নামেৰে উল্লেখ কৰা হয়। উদাহৰণস্বৰূপে, ধ্ৰুৱক π (পাই) ক এটা বৃত্তৰ পৰিধিৰ দৈৰ্ঘ্য আৰু ইয়াৰ ব্যাসৰ অনুপাত হিচাপে সংজ্ঞায়িত কৰিব পাৰি।
-
গুৱাহাটীস্থিত হিন্দু মন্দিৰৰ তালিকা
গুৱাহাটী চহৰখনত হিন্দু ধৰ্মৰ বহুতো মন্দিৰ আছে, তাৰ ভিতৰত প্ৰসিদ্ধ মন্দিৰসমূহ হ'ল:–
-
চীনৰ উৎসৱৰ তালিকা
শীতল খাদ্য উৎসৱ (Cold Food Festival) ডংঝি উৎসৱ (Dongzhi Festival) দুয়ানউ উৎসৱ (Duanwu Festival) ফ্ৰিস্পেচ ফেষ্ট (Freespace Fest) ফু ইয়াং উৎসৱ (Fu Yang Festival) হাৰ্বিন আন্তঃৰাষ্ট্ৰীয় বৰফ আৰু তুষাৰ ভাস্কৰ্য উৎসৱ (Harbin International Ice and Snow Sculpture Festival) হংকং কলা উৎসৱ (Hong Kong Arts…
-
জনসংখ্যা অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা
এইখন এছিয়া মহাদেশৰ বিভিন্ন দেশৰ জনসংখ্যা নিৰ্ভৰ, ৰাষ্ট্ৰসংঘৰ পৰা মুঠ প্ৰক্ষেপিত জনসংখ্যা আৰু শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি গঠিত তালিকা।
-
দেশ অনুসৰি হিন্দু ধৰ্ম
হিন্দু ধৰ্মৰ বিশ্বজুৰি প্ৰায় ১.২ বিলিয়ন (১২০ কোটি) অনুগামী আছে, যি বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯% প্ৰতিনিধিত্ব কৰে। ২০১২ চনত খ্ৰীষ্টান ধৰ্ম (৩১.৫%) আৰু ইছলাম ধৰ্ম (২৩.২%) তথা ধৰ্মহীন লোকসকলৰ (১৬.৩%) পিছতে হিন্দু ধৰ্ম (১৫%) আছিল বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম।
-
ফলৰ তালিকা
উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়।
-
বাণিজ্যিক বিমানৰ সৈতে জড়িত ঘটনা আৰু দুৰ্ঘটনাৰ তালিকা
বাণিজ্যিক বিমানৰ সৈতে জড়িত ঘটনা আৰু দুৰ্ঘটনাৰ এই তালিকাত উল্লেখযোগ্য পৰিঘটনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যাৰ সংশ্লিষ্ট তথ্য ইংৰাজী ৱিকিপিডিয়াত আছে। এই তালিকাত প্ৰৱেশৰ ক্ষেত্ৰত বাণিজ্যিকভাৱে চলি থকা আৰু এই তালিকাৰ আকাৰৰ মাপকাঠী নিৰ্ধাৰণ কৰা হৈছে যাত্ৰীবাহী বা মালবাহী বিমান, —কমেও ১০ জন যাত্ৰী বহিব…
-
বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা
এয়া বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা, অৰ্থাৎ স্বীকৃত মুদ্ৰা, বস্তু বা সেৱাৰে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই বিদেশী লোকক পৰিশোধ কৰিবলগীয়া ঋণৰ পৰিমাণ অনুযায়ী দেশৰ তালিকা।
-
বিভিন্ন ভাষাৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
বিনামূলীয়া ইণ্টাৰনেট সংস্কৰণ (ই-পেপাৰ): অন্যান্য: অসমীয়া প্ৰতিদিন জনসাধাৰণ (বৰ্তমান বন্ধ) দৈনিক অগ্ৰদূত দৈনিক অসম অৰুণোদই অসম সাহিত্য সভা পত্ৰিকা গৰীয়সী জোনাকী নতুন আৱিষ্কাৰ প্ৰান্তিক বিস্ময় মৌচাক ৰংমন ৰূপকাৰ === বৰ্তমান প্ৰচলিত বাত
-
বৃক্ষ দেৱতাৰ তালিকা
বৃক্ষ দেৱতা বা গছৰ আত্মা হৈছে গছৰ লগত জড়িত প্ৰকৃতি দেৱতা। এনে দেৱতা পৃথিৱীৰ বহু সংস্কৃতিত উপস্থিত। সাধাৰণতে তেওঁলোকক এগৰাকী যুৱতী হিচাপে প্ৰতিনিধিত্ব কৰা হয়, ই প্ৰায়ে প্ৰাচীন উৰ্বৰতা আৰু বৃক্ষ পূজাৰ জ্ঞানৰ সৈতে জড়িত।.
-
ভাষা সমূহৰ তালিকা
এয়া হৈছে প্ৰাকৃতিক ভাষাৰ বিষয়ে থকা ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ এখন আংশিক সূচী, যাক বৰ্ণানুক্ৰমিকভাৱে আৰু (উপ-)ভাষাপৰিয়ালৰ উল্লেখসহ সংগঠিত কৰা হৈছে। তালিকাখনত বিলুপ্ত ভাষাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।
-
ভাৰতীয় মুদ্ৰা আৰু নোটৰ ইতিহাস
ভাৰতীয় টকা (চিহ্ন:; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু অসমীয়াত টকা, বাংলাত টাকা আৰু ওড়িয়াত টঙ্কা বুলি কোৱা হয়। 'মূল প্ৰবন্ধ: ভাৰতীয় টকা, ভাৰতীয় টকাৰ চিহ্ন'
-
ভাৰতৰ টেলিভিছন চেনেলৰ তালিকা
২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ৯০০ টা ব্যক্তিগত টেলিভিছন চেনেল আছে। সমগ্ৰ ভাৰততে অসংখ্য আঞ্চলিক চেনেল উপলব্ধ, প্ৰায়ে ভাষা অনুসৰি বিতৰণ কৰা হয়।
-
মাটিকালি অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা
তলত মাটিকালি অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা দিয়া হৈছে। ৰাছিয়া এছিয়াৰ লগতে বিশ্বৰ সৰ্ববৃহৎ দেশ, আনকি ইয়াৰ ইউৰোপীয় অংশটো বাদ দিয়াৰ পিছতো। মালদ্বীপ এছিয়াৰ আটাইতকৈ সৰু দেশ।
-
লংকাৰ শাসকসকলৰ তালিকা
লংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়।
-
সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা
এয়া ২০২৫ চনৰ জুলাই মাহলৈকে বিশ্বজুৰি সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা, লগতে পূৰ্বৰ মাহৰ তুলনাত ৰেংকিঙৰ পৰিৱৰ্তন। এই তালিকাত মূল ৱেবছাইটৰ উপডোমেইন পৃষ্ঠাসমূহ ধৰা নহয়।
-
হনুমানৰ ১০৮ নাম
হিন্দু পৌৰাণিক সাহিত্যত হনুমানৰ ১০৮টা নামৰ উল্লেখ আছে। সেইবোৰ হ’ল:
-
হিন্দু পৌৰাণিক কাহিনীৰ কিংবদন্তি জীৱৰ তালিকা
ভ্ৰমৰী সকলো পোক-পৰুৱাৰ দেৱী আৰু মৌমাখিৰ দেৱী। তাইৰ শৰীৰত আঁকোৱালি লোৱা মৌমাখি, ভোমোৰা, পিঁপৰা, ফৰিং, ভেকুলী আৰু সমগ্ৰ পৃথিৱীৰ আন সকলো পোক-পৰুৱাৰ লগত তাইৰ সম্পৰ্ক আছে। দক্ষিণ কৰ্ণাটকৰ স্থানীয় বৃশ্চিক দেৱী চেলাম্মা।
-
ৰামায়ণৰ চৰিত্ৰসমূহৰ তালিকা
প্ৰাচীন ভাৰতৰ দুখন প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন হৈছে ৰামায়ণ। ইয়াক বাল্মিকীয়ে ৰচনা কৰিছিল। এই মহাকাব্যখনত দেখা পোৱা গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ তলত দিয়া হ’ল-