অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গুৱাহাটীস্থিত হিন্দু মন্দিৰৰ তালিকা

গুৱাহাটী চহৰখনত হিন্দু ধৰ্মৰ বহুতো মন্দিৰ আছে, তাৰ ভিতৰত প্ৰসিদ্ধ মন্দিৰসমূহ হ'ল:–

হালনাগাদ: ২০ আগষ্ট ২০২৫ ১২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী চহৰখনত হিন্দু ধৰ্মৰ বহুতো মন্দিৰ আছে, তাৰ ভিতৰত প্ৰসিদ্ধ মন্দিৰসমূহ হ'ল:–

নামঅৱস্থানপ্ৰতিষ্ঠিত দেৱতাছবি
বশিষ্ঠাশ্ৰম দেৱালয়বশিষ্ঠশিৱ
দীৰ্ঘেশ্বৰী দেৱালয়আমিনগাঁওদুৰ্গাDirgheswari Temple.jpg
দৌল গোবিন্দ মন্দিৰ১ৰাজদুৱাৰকৃষ্ণ
কামাখ্যা মন্দিৰ২কামাখ্যা মন্দিৰদেৱী কামাখ্যাTemple of Kamakhya.jpg
লংকেশ্বৰ দেৱালয়লংকেশ্বৰশিৱLankeshwar Temple, Guwahati.jpg
ৰুদ্ৰেশ্বৰ দেৱালয়মণি কৰ্ণেশ্বৰশিৱRudreswar Devalaya.jpg
শুক্ৰেশ্বৰ মন্দিৰপাণবজাৰশিৱSteps leading to Sukreswar temple.jpg
উগ্ৰতাৰা দেৱালয়লতাশিলদেৱী তাৰাSri Sri Ugratara Devalaya.jpg
উমানন্দ দেৱালয়ব্ৰহ্মপুত্ৰ নদৰ মাজত থকা উমানন্দ দ্বীপশিৱChandrasekhar Temple, Umananda.jpg
শ্ৰী শ্যাম মন্দিৰ, গুৱাহাটীএ. টি. ৰোড, ছত্ৰিবাৰীখাটুশ্যাম
নৱগ্ৰহ মন্দিৰ, গুৱাহাটীচিত্ৰশাল পাহাৰ, শিলপুখুৰীনৱগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Doul Govinda Mandir, North Guwahati. humtydumty.in
  2. ↑ Kakati, Banikanta. (1989). The Mother Goddess Kamakhya. Publication Board, Guwahati

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহঅসমৰ ধৰ্মীয় স্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটীস্থিত হিন্দু মন্দিৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৪১৬১ (২০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।