অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা

বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৮১ শব্দ · ৪ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে। উপলব্ধ এনে ৰাজহুৱা তথ্যৰ ভিত্তিত অথবা তেওঁলোকৰ সৈতে জড়িত বিশ্বাসযোগ্য সূত্ৰৰ আধাৰত নিম্নোক্ত তালিকাখন প্ৰস্তুত হৈছে। মন কৰিবলগীয়া যে, সঘনাই আলোচিত আন এক বিষয় সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ সৈতে এই ব্যক্তিসকলৰ উল্লেখ প্ৰায়েই জড়িত হৈ থাকে। এই তালিকাখনত মৃত ব্যক্তিৰ ক্ষেত্ৰত ভূতাপেক্ষ বা পূৰ্বৱৰ্তী ৰোগ নিৰ্ণয়ৰ দ্বাৰা প্ৰাপ্ত তথ্য, কেৱলমাত্ৰ মূলসুঁতিৰ শিক্ষায়তনিক সূত্ৰৰ দ্বাৰা প্ৰতিপাদ্য প্ৰতিক্ষেপক হ'লেহে উল্লেখিত হোৱা উচিত। কোনো ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ ব্যাধি সম্পৰ্কীয় তথ্য মূলসুঁতিৰ বিশ্বস্ত সূত্ৰত সঘনভাৱে উল্লেখিত হ'লেহে এই তালিকাৰ অন্তৰ্ভুক্ত কৰা উচিত।

তালিকা

__NOTOC__

শ্বন মেণ্ডিছে তেওঁৰ ''In My Blood'' শীৰ্ষক গীতত নিজস্ব অভিজ্ঞতা আৰোপিত কৰিছে
শ্বন মেণ্ডিছে তেওঁৰ In My Blood শীৰ্ষক গীতত নিজস্ব অভিজ্ঞতা আৰোপিত কৰিছেছবি: Josiah VanDien · CC BY-SA 4.0
আমেৰিকান অভিনেত্ৰী ৱিন'না ৰাইডাৰ
আমেৰিকান অভিনেত্ৰী ৱিন'না ৰাইডাৰছবি: Eric Weiss at https://www.flickr.com/photos/weissfoto/ · CC BY 2.0
আমেৰিকান কমেডিয়ান ছাৰাহ্ ছিলভাৰমেন
আমেৰিকান কমেডিয়ান ছাৰাহ্ ছিলভাৰমেনছবি: David Shankbone · CC BY 2.0

আ

  • আমাণ্ডা বেইনছ্, আমেৰিকান অভিনেত্ৰী১
  • আমাণ্ডা ছেইফ্ৰেইড, আমেৰিকান অভিনেত্ৰী, গায়িকা, আৰু মডেল২

ই

  • ইয়াৰ্ল কে’ম্পবে’ল, আমেৰিকান ফুটবল খেলুৱৈ৩

উ

  • উডী এলে’ন, আমেৰিকান চলচ্চিত্ৰ পৰিচালক যাৰ অত্যধিক-অমোঘ ব্যাধি (obsessive–compulsive disorder) আছিল।৪

এ

  • এডে'ল, গ্ৰেমী ৱঁটা প্ৰাপ্ত বিখ্যাত ব্ৰিটিছ গায়িকা এডে'লৰ উদ্বেগজনিত সমস্যা আৰু পে'নিক এটে'ক (panick attack)-ৰ সমস্যা আছিল।৫
  • এমিলী ল’য়ড, ইংৰাজ অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত আৰু অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল৬
  • এণ্ট মেকপাৰ্টলিন, ব্ৰিটিছ টেলিভিছন উপস্থাপক যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত৭
  • এমা ষ্ট’ন, আমেৰিকান অভিনেত্ৰী, যি পে'নিক এটে'ক (panick attack)-ৰ সমস্যাত আক্ৰান্ত আছিল৮

ক

  • কাৰ্ডি বি, আমেৰিকান ৰে'প্ গায়ক৯
  • কাৰ্ছ'ন ডে'লী, আমেৰিকান টেলিভিছন হ'ষ্ট, প্ৰযোজক, আৰু ৰেডিঅ'ৰ শিল্পী১০
  • কিম বেছিংগাৰ, আমেৰিকান অভিনেত্ৰী যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা (social anxiety disorder)-ত আক্ৰান্ত আছিল১১
  • কেমেৰ'ণ ডিয়াজ, আমেৰিকান অভিনেত্ৰী যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল১২
  • কেণ্ডাল জেন্নাৰ, আমেৰিকান মডেল আৰু টেলিভিছনৰ বক্তা১৩
  • ক্ৰিষ্টে’ন বে’ল, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত১৪
  • ক্ৰিছ এভানছ্, আমেৰিকান অভিনেতা১৫
  • ক’ল্ট’ন হেইনছ্, আমেৰিকান অভিনেতা১৬
  • কেভিন লভ, আমেৰিকান পেছাদাৰী বাস্কেটনল খেলুৱৈ১৭
  • ক্লিণ্ট মালাৰচাক, কানাডীয় আইচ হকী খেলুৱৈ১৮
  • জেইন মালিক, ইংৰাজ গায়ক আৰু গীতিকাৰ১৯

ছ

  • ছাৰাহ ছিলভাৰমেন, আমেৰিকান কমেডিয়ান আৰু অভিনেত্ৰী২০
  • ছাৰ্লিজ থেৰ'ন, দক্ষিণ-আমেৰিকান অভিনেত্ৰী২১
  • ছিডনী মাগ্ৰুডে'ৰ ৱাশ্বিংটন, আমেৰিকান বেলে নৃত্যশিল্পী২২
  • ছে’লেনা গ’মেজ, আমেৰিকান গায়িকা আৰু অভিনেত্ৰী২৩

জ

  • জেছিকা এ'লবা, আমেৰিকান অভিনেত্ৰী, তেওঁৰ অত্যধিক-অমোঘ ব্যাধি (obsessive–compulsive disorder) আছিল২৪
  • জাষ্টিন বে'ইবাৰ, কানাডাৰ গায়ক যাৰ হতাশগ্ৰস্ততা আৰু উদ্বেগজনিত সমস্যা আছিল২৫
  • জাষ্টিন টিম্বাৰলে’ক, আমেৰিকান গায়ক আৰু নৃত্যশিল্পী যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত হৈছিল২৬
  • জ’নী ডে’প্প্, আমেৰিকান অভিনেতা২৭
  • জে’ক গ্ৰেইঁকে, আমেৰিকান বাস্কেটবল খেলুৱৈ২৮
  • জেইছ্ আইজেনবাৰ্গ, আমেৰিকান অভিনেতা২৯
  • জেনিফাৰ ল’ৰেঞ্চ, অস্কাৰ বিজয়ী আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত ভুগিছিল৩০
  • জ’ৰ্জ এজৰা, বিট্ৰিছ গায়ক-গীতিকাৰ যি উদ্বেগজনিত সমস্যা আৰু অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত৩১
  • জ’ন মেয়াৰ, আমেৰিকান কণ্ঠশিল্পী আৰু সংগীতবিদ৩২
  • জেন্নে’ট মেক্ কাৰ্ডী, আমেৰিকান অভিনেত্ৰী আৰু গায়িকা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল৩৩
  • জ'ন ৰিচাৰ্ডছন, ইংৰাজ কমেডিয়ান যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত আছিল৩৪

ড

  • ডেভিদ বে'কহাম, ব্ৰিটিছ ফুটবলাৰ যাৰ অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder) আছিল৩৫
  • ডেমী ল’ৱেট’, আমেৰিকান কণ্ঠশিল্পী৩৬
  • ড'ন্নী অ'ছমণ্ড, আমেৰিকান গায়ক আৰু অভিনেতা৩৭

ত

  • তাৰাজি পি. হেনছন, আমেৰিকান অভিনেত্ৰী৩৮

ন

  • নাওমি জুড, আমেৰিকান দেশীয় গায়ক আৰু The Judds-ৰ সদস্য, যি উদ্বেগজনিত সমস্যাত যুঁজিছিল৩৯
  • নিক’ল কিডমে’ন, অস্কাৰ বিজয়ী অষ্ট্ৰেলিয়ান গায়িকা যি পে'নিক এটে'কৰ (panick attack)-ৰ সমস্যাত আক্ৰান্ত আছিল৪০

প

ব

  • বিল্লী ব’ব থ’ৰ্নটন, আমেৰিকান অভিনেতা আৰু সংগীতজ্ঞ যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত ভুগিছিল৪৩
  • বেন স্বৱাৰ্টজ, আমেৰিকান অভিনেতা, কমেডিয়ান আৰু লেখক৪৪

ম

  • মাইকে'ল ক্লিফ’ৰ্ড, অষ্ট্ৰেলিয়ান বেণ্ড 5 Seconds of Summer-ৰ গীটাৰবাদক
  • মাইকেল ফীফাৰ, আমেৰিকান অভিনেত্ৰী যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা (social anxiety disorder)-ৰ ব্যাধিৰ সৈতে যুঁজিব লগা হৈছিল৪৫
  • মাৰ্ক ছামাৰছ, আমেৰিকান টেলিভিছন ব্যক্তিত্ব আৰু গে'ম শ্ব'ৰ আঁত ধৰোঁতা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত হৈছিল৪৬
  • মাৰা উইলছন, আমেৰিকান লেখক যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল৪৭
  • মিছী এলিয়ট, আমেৰিকান ৰে’প গায়ক যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত আছিল৯
  • মীনা ম'ই, আমেৰিকাত জন্ম প্ৰাপ্ত TWICE গোটৰ জাপানীজ কণ্ঠশিল্পী, তেওঁ উদ্বেগজনিত সমস্যাত আক্ৰান্ত হৈ কেৰিয়াৰৰ পৰা সাময়িক বিৰতি ল'ব লগা হৈছিল৪৮৪৯৫০

য

  • যে’ক ব্ৰে’ফ, আমেৰিকান অভিনেতা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ত আক্ৰান্ত৫১
  • য’য়ে ছাগ, ইংৰাজ য়ুটিউবাৰ, লেখিকা আৰু ব্যৱসায়ী যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত৫২

ৰ

  • ৰ’ইচ হোৱাইট, আমেৰিকান বাস্কেটবল খেলুৱৈ৫৩

ল

  • লিঅ'নাৰ্ড' ডিকাপ্ৰিঅ', অস্কাৰ বিজয়ী আমেৰিকান অভিনেতা যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ৰ চিকাৰ আছিল১২
  • লেডী গাগা, আমেৰিকান সংগীতকাৰ আৰু অভিনেত্ৰী যি হতাশগ্ৰস্ততা আৰু উদ্বেগজনিত সমস্যাত আক্ৰান্ত আছিল৫৪
  • লিলি ৰেইনহাৰ্ট, আমেৰিকান অভিনেত্ৰী৫৫
  • লেএন ৰীমছ্, আমেৰিকান দেশীয় গীতৰ গায়ক৫৬

ৱ

শ

ষ

  • ষ্টিফেন ক’লবাৰ্ট, আমেৰিকান কমেডিয়ান আৰু টক-শ্ব'ৰ আঁত ধৰোঁতা যাৰ উদ্বেগজনিত সমস্যা, হতাশগ্ৰস্ততা আৰু পেনিক এটে'ক আছিল৬০৬১

স

হ

  • হেৰিছন ফ'ৰ্ড, আমেৰিকান অভিনেতা যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা (social anxiety disorder)-ত আক্ৰান্ত আছিল৬৩
  • হৌপী গ’ল্ডবাৰ্গ, আমেৰিকান অভিনেত্ৰী আৰু টেলিভিছনৰ বক্তা৬৪
  • হে’থাৰ ল’কলিয়েৰ, আমেৰিকান অভিনেত্ৰী আৰু মডেল৬৫
  • হাউৱি মেণ্ডেল, কানাডীয় টেলিভিছন ব্যক্তিত্ব যি অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder)-ৰ সৈতে যুঁজিব লগা হৈছিল৬৬

তথ্যসূত্ৰ

  1. ↑ Greco, Alanna Lauren. (23 May 2020). Amanda Bynes Reveals That She Spent the Last Two Months in Treatment and Is Now "Back on Track". Cosmopolitan
  2. ↑ DeNicolo, David. (18 October 2016). Amanda Seyfried on Her Mental Health, Her Dog, and Those Eyes. Allure (magazine)
  3. ↑ Downey, Mike. (26 September 1999). A Heartbeat Away From Panic. Los Angeles Times
  4. ↑ Woody Allen is an obsessive compulsive. Female First
  5. ↑ (28 February 2016). Adele takes therapist on tour to help her combat anxiety
  6. ↑ (11 May 2013). Emily Lloyd: I've beaten depression, drugs, Tourette's and obsessive compulsive disorder. Daily Mirror
  7. ↑ www.nme.com/news/ant-mcpartlin-opens-battle-depr
  8. ↑ Gonzalez, Sandra. (2 October 2018). Emma Stone opens up about ongoing battle with anxiety. CNN
  9. ↑ Barr, Sabrina. (6 February 2019). Cardi B and Missy Elliott help to destigmatise anxiety with candid Twitter exchange. The Independent
  10. ↑ Frank, Gabrielle. (23 March 2018). Carson Daly does this 1 thing when he feels. Today
  11. ↑ Gloria Goodwin. (January 23, 2013). Kim Basinger's Battle With Social Anxiety. Beyond Anxiety and Depression
  12. ↑ Baria, Zeenia. (17 January 2017). When Leonardo Dicaprio, Cameron Diaz were plagued by OCD. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ O'Malley, Katie. (7 August 2018). Kendall Jenner Reveals She Was On The 'Verge Of A Mental Breakdown' In 2017. ELLE
  14. ↑ The Off Camera Show with Sam Jones. Kristen Bell Explains There Is No Shame In Feeling Anxiety & Depression. ইউটিউব
  15. ↑ Contrera, Jessica. (9 May 2016). Kristen Bell and Chris Evans interviews highlight what happens when celebrities talk about depression. The Independent
  16. ↑ Heller, Corinne. (2 December 2015). Colton Haynes Talks About Battling Anxiety and Agoraphobia. E! Online
  17. ↑ Shultz, Alex. (9 May 2019). Kevin Love on How to Find the Right Therapist, and What to Do If You Can't Afford One. GQ
  18. ↑ Gulitti, Tom. (15 March 2017). Clint Malarchuk has new lease on life. NHL
  19. ↑ Malik, Zayn. (31 October 2016). Why I Went Public With My Anxiety. টাইম (আলোচনী)
  20. ↑ Field, Genevieve. (13 October 2015). Sarah Silverman Opens Up About Her Battle With Depression and Her Gutsiest Career Move Yet. Glamour (magazine)
  21. ↑ Griffiths, Emmy. (12 April 2017). Charlize Theron on how her kids have helped with her anxiety. Hello! (magazine)
  22. ↑ Klein, Sarah. (22 May 2018). Why This Ballerina With Panic Disorder and Depression Refuses to Apologize for Her Mental Illness. Health (magazine)
  23. ↑ (16 March 2017). Selena Gomez Gets Real About Anxiety—And How Therapy Changed Everything. Vogue (magazine)
  24. ↑ Jessica Alba. www.depression-guide.com
  25. ↑ Abrams, Margaret. (27 January 2020). Justin Bieber reveals struggles with anxiety and opens up about his marriage in new Seasons documentary trailer. Evening Standard
  26. ↑ WELT. (24 June 2008). US Celebrities: Justin Timberlake reveals he has OCD
  27. ↑ 25 Famous People With Anxiety Disorder. Keep Your Calm
  28. ↑ Berg, Ted. (8 March 2018). Zack Greinke: 'Every year, I get nervous that it's not working good enough'. For The Win. USA Today Sports
  29. ↑ Mumford, Gwilym. (14 September 2018). Jesse Eisenberg on Woody Allen, anxiety and fatherhood: 'Now I get to worry about something visible'. The Guardian
  30. ↑ Bode, Lucy. (21 September 2017). Jennifer Lawrence's Confession About Anxiety Is Something We Can All Relate To. womenshealth.com.au
  31. ↑ Reilly, Nick. (19 January 2018). George Ezra returns with comeback single 'Paradise'. NME
  32. ↑ Famous People Get Anxious, Too - Mental Health Awareness. Everyday Health
  33. ↑ www.youtube.com/watch?v=DAgTxsUHgAo
  34. ↑ Sherlock, Gemma. (15 June 2016). Jon Richardson returns to Morecambe Winter Gardens for Lancaster hospice. The Visitor (newspaper)
  35. ↑ Maxine Frith. (3 April 2006). Beckham reveals his battle with obsessive disorder. The Independent
  36. ↑ Lewis, Amy. (28 June 2016). Demi Lovato on overcoming her anxiety and body image anguish. Women's Health (magazine)
  37. ↑ (24 February 2000). Donny Osmond Confronts Panic - 48 Hours. CBS News
  38. ↑ Wagmeister, Elizabeth. (2 April 2019). Taraji P. Henson Reveals She Suffers From Depression and Still Faces Pay Inequality. Variety (magazine)
  39. ↑ Dawn, Randee. (5 December 2017). Naomi Judd reveals she considered suicide while in 'dark hole of depression'. Today
  40. ↑ (19 March 2002). Nicole: My battle with panic attacks. Evening Standard
  41. ↑ Moskin, Julia. (28 February 2007). From Phobia to Fame: A Southern Cook's Memoir. The New York Times
  42. ↑ Armstrong, Jeremy. (11 February 2013). "Hallucinations, tremors, insomnia, anxiety and paranoia": Gazza's detox hell
  43. ↑ Curry, Ann. (3 April 2004). Billy Bob Thornton opens up
  44. ↑ www.jpost.com/israel-news/culture/ben-schwartz-v
  45. ↑ Willis, Jackie. (12 October 2017). Michelle Pfeiffer Opens Up About Her Social Anxiety, Admits She First Found Fame 'Terrifying'. Entertainment Tonight
  46. ↑ Snyder, Chris. (9 June 2017). Here's what 'Double Dare' host Marc Summers is up to today. Business Insider
  47. ↑ Nelson, Jeff. (24 August 2016). Matilda Child Star Mara Wilson Battled OCD and Depression – and More Revelations from Her Emotional Memoir. People (magazine)
  48. ↑ Tan, Pakkee. (27 August 2019). TWICE's Mina Confirmed To Be Suffering From Anxiety Disorder. E! News
  49. ↑ Loh, Keng Fatt. (February 12, 2020). Twice singer Mina, who took time out to battle anxiety attacks, back on stage in Japan. The Straits Times
  50. ↑ Dong, Sun-hwa. (July 12, 2019). Extreme anxiety forces TWICE's Mina from world tour. The Korea Times
  51. ↑ www.independent.co.uk/arts-entertainment/films/f
  52. ↑ Zoella pens honest post about battling anxiety in a social media obsessed world. Glamour (magazine)
  53. ↑ Max, Mike. (12 May 2018). Royce White On How He's Learned To Respond To Anxiety. WCCO-TV
  54. ↑ Billboard. (2015-10-15). Lady Gaga on Born This Way Foundation, Suffering From Depression. Billboard
  55. ↑ Framke, Caroline. (28 August 2018). Why Lili Reinhart Isn't Afraid to Speak Out on Mental Health and Body Issues. Variety
  56. ↑ Abbey, Jennifer. LeAnn Rimes and Other Stars Open Up About Anxiety Struggle. Disney–ABC Television Group
  57. ↑ (8 August 2016). Winona Ryder opens up about her depression and anxiety. Dazed
  58. ↑ Getaneh, Mary. (20 April 2018). Actor Wil Wheaton opens up about mental illness before his visit to Calgary. thestar.com
  59. ↑ www.teenvogue.com/story/shawn-mendes-coping-anxi
  60. ↑ Brian Hiatt, "The Triumph of Stephen Colbert", Rolling Stone, Aug. 29, 2018.
  61. ↑ Thomas, Mike. (September 3, 2015). How Chicago Shaped Stephen Colbert. Chicago Reader
  62. ↑ Scarlett Johansson's anxiety attacks. Female First
  63. ↑ Bailey, Eileen. (7 August 2008). Celebrities with Anxiety: Harrison Ford: Fear of Public Speaking. HealthCentral
  64. ↑ Orzessek, Eli. (15 May 2018). Flying away from fear: Overcoming a phobia of air travel. The New Zealand Herald
  65. ↑ (26 June 2008). Locklear in Care for Anxiety, Depression. ABC News
  66. ↑ (1 December 2009). Howie Mandel 'Deals' Publicly With OCD. ABC News

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহমনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৫৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।