তথ্যচিত্ৰ
২৫ প্ৰবন্ধ
-
তথ্যচিত্ৰ
তথ্যচিত্ৰ (Documentary Film) হৈছে "বাস্তৱক নথিভুক্ত কৰা, প্ৰধানকৈ নিৰ্দেশনা, শিক্ষা বা ঐতিহাসিক অভিলেখ বৰ্তাই ৰখা"ৰ উদ্দেশ্যে নিৰ্মিত অকাহিনীমূলক বা অ-কাল্পনিক চলচ্চিত্ৰ।
-
ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া
ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া (Daughters of Mother India) ২০১৪ চনত নিৰ্মিত এখন তথ্যচিত্ৰ, যাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল বিভা বক্সীয়ে। এইখন ২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত ২৩ বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নিৰ্ভয়াৰ সৈতে হোৱা নৃশংস দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ আধাৰিত।
-
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (The Truth According to Wikipedia, Wiki's Waarheid) এখন ৱিকিপিডিয়া বিষযক, ইজব্ৰেণ্ড ভেন ভীলেন পৰিচালিত ওলণ্ডাজ তথ্যচিত্ৰ।
-
অ'চেন অফ টিয়েৰৰ্চ
অ'চেন অফ টিয়েৰৰ্চ (Ocean of Tears) হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত।
-
আই এম জীজা
আই এম জীজা ( I Am Jeeja ) চলচ্চিত্ৰ নিৰ্মাতা স্বাতী চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ, যিয়ে মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী জীজা ঘোষৰ কাহিনী বৰ্ণনা কৰিছে। এই ছবিৰ জৰিয়তে স্বাতীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন আৰু যুদ্ধ দেখুৱাবলৈ চেষ্টা কৰিছে।
-
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড (It's a Girl: The Three Deadliest Words in the World; অসমীয়া অনুবাদ: এইজনী এজনী ছোৱালী: পৃথিৱীৰ আটাইতকৈ ঘাটক তিনিটা শব্দ) হৈছে ২০১২ চনৰ এখন তথ্যচিত্ৰ; য’ত কন্যা শিশু হত্যা প্ৰথাৰ বিষয়ে অন্বেষণ কৰা হৈছে।
-
কেন'ট টেক দিচ শ্বিট এনিম'ৰ
কেন'ট টেক দিচ শ্বিট এনিম'ৰ (Can't Take This Shit Anymore) হ'ল বিনোদ কাপৰিৰ ২০১৪ চনৰ এখন ভাৰতীয় তথ্যচিত্ৰ। এইখনে ৬২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সামাজিক বিষয়ৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰিয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
চমথিং লাইক এ ৱাৰ
চমথিং লাইক এ ৱাৰ (Something Like a War) হ'ল ১৯৯১ চনত দীপা ধনৰাজৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ। ইয়াত ভাৰতৰ পৰিয়াল পৰিকল্পনা কাৰ্যসূচী পৰীক্ষা কৰা হৈছে যিটো ই মূলতঃ প্ৰভাৱিত কৰা লিংগটোৰ ওপৰত আবদ্ধ আছিল: মহিলা।
-
দি আদাৰ চং
দি আদাৰ চং (The Other Song) হ'ল সাবা দেৱান দ্বাৰা পৰিচালিত ২০০৯ চনৰ এখন তথ্যচিত্ৰ যাৰ কাহিনীভাগ ভাৰতৰ বাৰাণসী, লক্ষ্ণৌ আৰু মুজাফৰপুৰত ভ্ৰমণ কৰে। বিশেষকৈ ৰছুলন বাইৰ এটা গীত, লগাট কাৰেজৱা মা চোট, ফুল গেণ্ডৱা না মাৰ আৰু ইয়াৰ কম পৰিচিত, পূৰ্বৰ সংস্কৰণ লগাট জবনৱা মা চোট, ফুল গেণ্ডৱা না মাৰ ১৯৩৫ চনত…
-
দি ফৰগটেন ৱমেন
দি ফৰগটেন ৱমেন (The Forgotten Woman) হৈছে ২০০৮ চনত দিলীপ মেহতাৰ দ্বাৰা পৰিচালিত আৰু দীপা মেহতাৰ দ্বাৰা লিখিত এখন কানাডিয়ান তথ্যচিত্ৰ। ছবিখনত ভাৰতৰ বিধৱাৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু দীপা মেহতাৰ ২০৫ চনৰ একাডেমী বঁটা মনোনীত একে বিষয়ৰ চলচ্চিত্ৰ ৱাটাৰৰ দ্বাৰা অনুপ্ৰাণিত।
-
দ্য কৰ্টেজানছ অৱ বম্বে
দ্য কৰ্টেজানছ অৱ বম্বে ( The Courtesans of Bombay ) ইছমাইল মাৰ্চেণ্টৰ পৰিচালনাত আৰু মাৰ্চেণ্ট, জেমছ আইভৰী, আৰু ৰুথ প্ৰাৱেৰ ঝাবভালাৰ সহযোগিতাত ১৯৮৩ চনত নিৰ্মিত এখন ব্ৰিটিছ ডকুড্ৰামা দ্য।
-
দ্য ৱৰ্ল্ড বিফোৰ হাৰ
দ্য ৱৰ্ল্ড বিফোৰ হাৰ (The World Before Her) হ'ল নিশা পাহুজাৰ দ্বাৰা পৰিচালিত আৰু ষ্ট’ৰীলাইন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মিত ২০১২ চনৰ টৰণ্টোৰ এমি বঁটা বিজয়ী কানাডাৰ এখন তথ্যচিত্ৰ।
-
পিৰিয়'ড৷এ'ণ্ড অফ চে'নটে'নচ৷
পিৰিয়'ড। এ'ণ্ড অফ চে'নটে'নচ। (Period. End of Sentence.) হ'ল ৰায়কা জেহতাবচিৰ দ্বাৰা পৰিচালিত ২০১৮ চনৰ এখন চুটি তথ্যচিত্ৰ য'ত ভাৰতীয় মহিলাসকলে ঋতুস্ৰাৱৰ স্বাস্থ্যৰ নিস্তব্ধ বিপ্লৱৰ নেতৃত্ব দি আছে। ছবিখনত অভিনয় কৰিছে অৰুণাচলম মুৰুগানাথম, শাবানা খান, গৌৰী চৌধুৰী, অজেয়া আৰু অনিতাই।
-
পুৰদাহ (চলচ্চিত্ৰ)
পুৰদাহ (Purdah) হৈছে জেৰেমি গাইৰ দ্বাৰা পৰিচালিত এখন স্বতন্ত্ৰ তথ্যচিত্ৰ, য'ত কৈকাশ মিৰ্জা, সাবা মিৰ্জা আৰু আল হীনা মিৰ্জাই অভিনয় কৰিছে। পুৰদাহ শিৰোনামটোৱে আৱৰণ বা পৰ্দাক বুজায় আৰু লগতে মুছলমান মহিলাসকলে নিজকে লুকুৱাই ৰাখিবলৈ পিন্ধা বস্ত্ৰ এবিধক বুজায়।
-
পৌলোমি বসু
পৌলোমি বসু (জন্ম অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় শিল্পী, তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু সমাজকৰ্মীতেওঁৰ বেছিভাগ কৰ্মই প্ৰান্তীয় মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ স্বাভাৱিককৰণৰ বিষয়ত আলোকপাত কৰে।
-
ফাক ফৰ ফৰেষ্ট (তথ্যচিত্ৰ)
ফাক ফৰ ফৰেষ্ট (Fuck for Forest (film)) হৈছে ২০১২ চনৰ মিচাল মাৰ্চ্জাকৰ পৰিচালনাত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১২ চনৰ ১৩ অক্টোবৰত পোলেণ্ডত ৱাৰ্ছ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ হয় আৰু তাত ই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে।
-
ব’ৰ্ণ ইনটু ব্ৰ’থেল
ব’ৰ্ণ ইনটু ব্ৰ’থেল: কেলকাতাজ্ ৰেড লাইট কিডছ্ (Born into Brothels: Calcutta’s Red Light Kids) ২০০৪ চনত কলকাতাৰ ৰেড লাইট এলেকাৰ সোনাগাছিৰ যৌনকৰ্মীসকলৰ সন্তানক লৈ নিৰ্মিত এখন ভাৰতীয়-আমেৰিকান তথ্যচিত্ৰ।
-
মাচো লাইক মি
মাচো লাইক মি (ইংৰাজী: Macho Like Me) হ’ল হেলি লীৰ দ্বাৰা পৰিচালিত আৰু অভিনীত এখন তথ্যচিত্ৰ। এই ছবিখনত তেওঁ এটা সামাজিক পৰীক্ষা চলাইছে য’ত তেওঁ নিজৰ চুলি কাটি আৰু পুৰুষৰ পোছাক পৰিধান কৰি এগৰাকী প্ৰতিষ্ঠিত মহিলাৰ পৰা এজন "পুৰুষ"লৈ নিজৰ ৰূপান্তৰ ঘটাইছে আৰু পুৰুষসুলভ জগতখনত খোজ দিছে।
-
মীনা (চলচ্চিত্ৰ)
মীনা হ'ল ভাৰতত যৌন সৰবৰাহৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১৪ চনৰ ২৬ জুনত নিউয়ৰ্ক চহৰত এইখন চলচ্চিত্ৰৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ২০ মিনিট ১৪ ছেকেণ্ড। এই ছবিখনৰ যোগেদি লুচি লিউ, কলিন কে গ্ৰে, আৰু মেগান ৰেনীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
লেডিজ ফাৰ্ষ্ট (২০১৭ চলচ্চিত্ৰ)
লেডিজ ফাৰ্ষ্ট (Ladies First) হৈছে আৰ্চাৰ দীপিকা কুমাৰীৰ জীৱনৰ আধাৰত ২০১৭ চনত নিৰ্মাণ কৰা এখন ভাৰতীয় তথ্যচিত্ৰ। উৰাজ বহল আৰু শানা লেভি বহলৰ দ্বাৰা পৰিচালিত এই ছবিখনত ঝাৰখণ্ডৰ দৰিদ্ৰতাত বাস কৰাৰ পৰা টাটা আৰ্চাৰী একাডেমীত নামভৰ্তি কৰা আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ…
-
লেণ্ড অৱ উইড'ছ
লেণ্ড অৱ উইড’ছ হৈছে আৰতি শ্ৰীবাস্তৱৰ দ্বাৰা পৰিচালিত ২১ মিনিটৰ এখন ভাৰতীয় তথ্যচিত্ৰ। তথ্যচিত্ৰখনে ভাৰতৰ ৰাজস্থান ৰাজ্যৰ খনি শ্ৰমিকৰ অস্থায়ী কৰ্ম পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
-
হ'লি ৰাইটছ
হ'লি ৰাইটছ (Holy Rights) হ'ল ভাৰতৰ ট্ৰিপল তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ বিষয়ত ভাৰতীয় মুছলমান মহিলা আন্দোলনৰ কামৰ ওপৰত ফাৰহা খাতুনে পৰিচালনা কৰা ২০২০ চনৰ উৰ্দু তথ্যচিত্ৰ। ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল।
-
হ'ৰচ্ গ্ল'ৰী
হ'ৰচ্ গ্ল'ৰী(Whores' Glory, অৰ্থ: পতিতাৰ মহিমা) হ'ল মাইকেল গ্লাওগাৰৰ দ্বাৰা নিৰ্মিত ২০১১ চনৰ এখন ডকুমেণ্টৰী চলচ্চিত্ৰ। ইয়াত থাইলেণ্ড, বাংলাদেশ আৰু মেক্সিকোৰ যৌনকৰ্মী তথা পতিতালয়ৰ জীৱন দেখুওৱা হৈছে।
-
ৰাইটিং উইথ ফায়াৰ
ৰাইটিং উইথ ফায়াৰ (Writing with Fire) হৈছে ২০২১ চনত চলচ্চিত্ৰ নিৰ্মাতা সুস্মিত ঘোষ আৰু ৰিণ্টু থমাছৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তথ্যচিত্ৰ, য’ত দলিত মহিলা নেতৃত্বাধীন বাতৰি কাকত খবৰ লহৰিয়া চলোৱা সাংবাদিকসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰি ১৪ বছৰীয়া ছপাৰ পৰা ডিজিটেল সাংবাদিকতালৈ স্থানান্তৰিত হয়।
-
ৱিকিপিডিয়াকলৈ নিৰ্মিত চলচ্চিত্ৰসমূহ
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া:'মূল প্ৰবন্ধ: দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া'দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (Wiki's Warhead আৰু Wiki's Truth বুলিও জনা যায়) হৈছে ২০০৮ চনৰ ৱিকিপিডিয়া বিষয়ক এখন ডাচ প্ৰামাণ্যচিত্ৰ। ইয়াৰ পৰিচালনা কৰিছিল আইচব্ৰেণ্ড ভেন ভেলেন-এ।