জীৱবিজ্ঞান
১৫৮ প্ৰবন্ধ
-
ভাৰতৰ প্ৰাণীজগত
ভাৰতবৰ্ষ ২০২০ চনত বৈচিত্ৰ্য সূচকাংকত ০.৪৬ বায়'ডি স্ক'ৰ, ১০২,৭১৮ প্ৰজাতিৰ প্ৰাণী আৰু দেশৰ ভৌগোলিক অঞ্চলৰ ২৩.৩৯% বনাঞ্চল আৰু গছৰ আৱৰণৰ সৈতে বিশ্বৰ ৮ম সৰ্বাধিক জৈৱ-বৈচিত্ৰ্যপূৰ্ণ অঞ্চল।ভাৰতে বহুতো বায়’ম সামৰি লৈছে: মৰুভূমি, ওখ পৰ্বত, উচ্চভূমি, গ্ৰীষ্মমণ্ডলীয় আৰু নাতিশীতোষ্ণ অৰণ্য, জলাশয়, সমভূমি,…
-
মণিপুৰী বতা চৰাই
মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি (damp grassland) ত দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷ এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ( Allan Octavian Hume)-এ ১৮৮১ চনত…
-
মন ডিমৰু
মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa) মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ৷ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷
-
মৌ ডিমৰু
মৌ ডিমৰু বা আওঠা ডিমৰু (Ficus auriculata) (মিচিং- কুকৱাল-টাকুক্-আছিং; কাৰ্বি-লঠেৰি -আৰং; খআচিয়া- দিয়েং-চহ-লামপিন) এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷ এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰ'দৰ প্ৰয়োজন হয়৷
-
শিল কপৌ
শিল কপৌ (Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷
-
ৰঙা টুনি
ৰঙা টুনি (Red Avadavat বা Red Munia, বৈজ্ঞানিক নাম-Amandava amandava) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে এছিয়াৰ মুকলি খেতি-পথাৰ বা ঘাঁহনি আদিত দেখা পোৱা যায়৷
-
ৰঙাচিলনী
ৰঙাচিলনী (Brahminy Kite, বৈজ্ঞানিক নাম-Haliastur indus) এটা মজলীয়া আকাৰৰ মাংসহাৰী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত চিলনীৰ প্ৰজাতি৷ এই ৰঙাচিলনী প্ৰধানকৈ ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত দেখা পোৱা যায়৷
-
ৰাজকোঁৱৰ (চৰাই)
ৰাজকোঁৱৰ (Black-naped Monarch, বৈজ্ঞানিক নাম-Hypothymis azurea) পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷