ৰাজকোঁৱৰ (Black-naped Monarch, বৈজ্ঞানিক নাম-Hypothymis azurea) পেচ্চেৰিফৰামিছ বৰ্গৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত ভিন্ন হয়৷ ঠাইবিশেষে চৰাইবিধৰ দেহৰ বাহ্যিক গঠনৰো কিছু পাৰ্থক্য দেখা পোৱা যায়৷
বিৱৰণ

পূৰ্ণবয়স্ক ৰাজকোঁৱৰ মতা চৰাইৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে:মি: হয়৷ ইয়াৰ দেহৰ বৰণ মূলত: নীলা আৰু পেট অংশ বগা হোৱা দেখা যায়৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ (nape) ক'লা আৰু একেই বৰণৰ ঠেক ক'লা কলাৰ থাকে৷
মাইকী ৰাজকোঁৱৰ চৰাইৰ বৰণ শেঁতা৷ ইয়াৰ দেহত মতা চৰাইটোৰ দৰে ক'লা দাগ নাথাকে৷ মাইকী চৰাইজনীৰ পাখিৰ বৰণ মুগা-মটিয়া হয়৷ ১২৩ ৪
টেক্স'নমি
এই চৰাইবিধৰ বহু কেইবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ভিতৰত দক্ষিণ-পূব এছিয়াত দেখা পোৱা প্ৰধান উপ-প্ৰজাতি কেইবিধ হ'ল-৫৬৭
- oberholseri Stresemann, ১৯১৩ চন, টাইৱান
- montana Riley, ১৯২৯ আৰু galerita ১৯৫৬; থাইলেণ্ড
- forrestia Oberholser, ১৯১১ চন, Mergui Archipelago
- prophata Oberholser, ১৯১১ চন, সুমাত্ৰা আৰু বৰ্ণিঅ'
- consobrina Richmond, ১৯০২ Simeulue দ্বীপ
- abbotti Richmond, ১৯০২, Reusam and Babi islands
- leucophila Oberholser, ১৯১১, Siberut Island
- richmondi Oberholser, ১৯১১, Enggano Island
- opisthocyanea Oberholser, ১৯১১, Anamba Island৮
- gigantoptera Oberholser, ১৯১১, Bunguran
- karimatensis Chasen & Kloss, ১৯৩১, Karimata Island
- javana Chasen & Kloss, ১৯২৯; জাভা আৰু বালি
- penidae Meise, ১৯৪১, Penida Island
- symmixta Stresemann, ১৯১৩, Lesser Sundas.
- aeria Bangs & J. L. Peters, ১৯২৭, Maratua Island৫
বিতৰণ
ৰাজকোঁৱৰ চৰায়ে সাধাৰণতে ক্ৰান্তীয় দক্ষিণ এছিয়াৰ ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত প্ৰজনন কৰে৷
বাসস্থান
এই চৰাইবিধ ঘাইকৈ ঘন অৰণ্য আৰু অন্যান্য গছ-গছণিৰে পূৰ্ণ অঞ্চলত দেখা পোৱ যায়৷
আচৰণ
ৰাজকোঁৱৰ চৰাইৰ মাত ক্ষিপ্ৰ আৰু ঘপকৈ মতা 'স্ক্ৰিপ' ধৰণৰ৷ ২
খাদ্য
এই চৰাইবিধ ঘাইকৈ পতংগভোজী৷ ইহঁতে সাধাৰণতে উৰন্ত অৱস্থাতে পোক ধৰিব পাৰে৷ . ইহঁতে অন্য চৰাইৰ প্ৰজাতিৰ লগত একেলগে জাকপাতিও খাদ্যৰ সন্ধান কৰে বুলি জনা যায়৷ ৯
প্ৰজনন
ৰাজকোঁৱৰ চৰায়ে ভাৰতবৰ্ষত মেৰ পৰা জুন মাহলৈকে প্ৰজনন কৰে৷ ইহঁতে এবাৰত ২-৩ টাকৈ কণী পাৰে৷ ১০
বাহ্যিক সংযোগ
- Photos and videos
- Hua-Hsiang Chen (2009) A Preliminary Study on Nest Site Selection and Nest Success of the Black-naped Blue Monarch (Hypothymis azurea) in Linnei Township and Douliu hilly area, Yunlin County Thesis Taiwan. (In Chinese)
তথ্যসূত্ৰ
- ↑ Baker, EC Stuart. (1923). A hand-list of Genera and Species of Birds of the Indian Empire. Bombay Natural History Society
- ↑ Rasmussen, PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 333
- ↑ Oates, EW. (1890). Fauna of British India. Birds. Volume 2. Taylor and Francis, London. পৃ. 49–50
- ↑ Ripley, S. D. (1944). The Bird Fauna of the West Sumatra Islands. Bulletin of the Museum of Comparative Zoology at Harvard College. পৃ. 307–430
- ↑ Oberholser, Harry C. (1911). A monograph of the Flycatcher genera Hypothymis and Cyanonympha No. 1803. Proc. U. S Nat. Mus.. পৃ. 585–615
- ↑ Rand, AL. (1970). Species formation in the blue monarch flycatchers genus Hypothymis. Nat. Hist. Bull. Siam Soc.. পৃ. 353–365
- ↑ Oberholser, Harry C. (1911). A monograph of the flycatcher genera Hypothymis and Cyanonympha. Proceedings of the United States National Museum. পৃ. 585–615
- ↑ Oberholser, HC. (1932). The Birds of the Natuna Islands. U.S. Nat. Mus. Bull.. পৃ. 1–137
- ↑ Kotagama, SW & Goodale, E. (2004). The composition and spatial organisation of mixedspecies flocks in a Sri Lankan rainforest. Forktail. পৃ. 63–70
- ↑ Hume, AO. (1900). The nests and eggs of Indian birds. Volume 2. R H Porter, London. পৃ. 27–30
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজকোঁৱৰ (চৰাই)” প্ৰবন্ধৰ সংশোধন ৫৪০৬৮২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।