ইতিহাসৰ আজিৰ দিনত
১ আগষ্ট
জন্ম
- ১৭৪৪জ্য়াঁ বেপষ্টিটে লেমাৰ্ক (ইংঃ Jean-Baptiste Lamarck), ফ্ৰান্সৰ পৰিৱেশবিদ।
- ১৭৭০ৱিলিয়াম ক্লাৰ্ক, এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (মৃঃ ১ ছেপ্টেম্বৰ, ১৮৩৮)
- ১৮৯৯কমলা নেহৰু, স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পত্নী।
- ১৯২৪হাওবম ওংবি ঙাংবি দেৱী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ।
- ১৯৩৩মীনা কুমাৰী, ভাৰতীয় বোলছবি জগতৰ অভিনেত্ৰী।
- ১৯৪২টাবু ৰাম টাইড, অসমীয়া ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক।
- ১৯৫০ভূপেন্দ্ৰ নাথ গোস্বামী, ভাৰতীয় বতৰবিজ্ঞানী।
- ১৯৬৪দিলীপ বৰা, অসমীয়া লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক।
- ১৯৭১ৰঞ্জন বেজবৰুৱা, অসমৰ শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ।
- ১৯৮৭তাপ্সী পন্নু, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৭১৪এন ষ্টুৱাৰ্ট, ইংলেণ্ডৰ মহাৰানী।
- ১৮৪৬দ্বাৰকানাথ ঠাকুৰৰ লণ্ডনত মৃত্য়ু, উদ্য়োগপতি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক আছিল।
- ১৮৭৩উইলিয়াম ৱাৰ্ড, অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম।
- ১৯২০বাল গঙ্গাধৰ তিলক, এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি।
- ১৯৯৮উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
- ১৯৯৯নীৰদ চি. চৌধুৰী, বঙালী লেখক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ