অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২ আগষ্ট

জন্ম

  • ১৮৬১আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ। (মৃত্যু ১৯৪৪)
  • ১৮৬৮গ্ৰীচৰ ৰজা কনষ্টেটাইন প্ৰথম জন্ম হৈছিল।
  • ১৮৭৬পিঙ্গলি ভেংকয়া, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা।
  • ১৮৭৭বৰিশংকৰ শুক্লাৰ, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ। (মৃত্যু ১৯৬৫)
  • ১৯২২উদ্যোগপতি গংগা প্ৰসাদ বিৰলাৰ জন্ম হৈছিল।
  • ১৯৩৩যতীন গোস্বামী, অসমীয়া নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
  • ১৯৫৯কীৰ্তি মেনন, দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ।
  • ১৯৬৫ৰবাৰ্ট বিলট, আমেৰিকান পৰিৱেশ অধিবক্তা।
  • ১৯৭৯দেৱী শ্ৰী প্ৰসাদ, ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক।
  • ১৯৯০অমৃতা সুৰেশ, ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ' জ'কি।

মৃত্যু

  • ১৮৫৯আমেৰিকাৰ শিক্ষাবিদ হ'ৰেচ মেন (ইংঃ Horace Mann)।
  • ১৯২২আলেকজেণ্ডাৰ গ্ৰাহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাবক।
  • ১৯৮০ৰামকিঙ্কৰ বেইজ, ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী।
  • ১৯৯৭ৱিলিয়াম এছ. বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
  • ২০১০ভাৰতীয় চিনেমা জগতৰ এগৰাকী চৰিত্ৰ অভিনেতা কমল কাপুৰৰ মৃত্যু হয়।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ