ইতিহাসৰ আজিৰ দিনত
৩১ জুলাই
জন্ম
- ১৮০৩চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকছন।
- ১৮১২এলেন অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।
- ১৮৮০মুন্সী প্ৰেমচন্দ, ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
- ১৯০২প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
- ১৯১২আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
- ১৯৪৭মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।
মৃত্যু
- ৫৪খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta), জুলিয়াছ চিজাৰৰ মাতৃ।
- ১৯৪০ছহিদ উধম সিং, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৫২বেলা মিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
- ১৯৭০ফণী শৰ্মা, অসমীয়া অভিনেতা।
- ১৯৮০মহম্মদ ৰফি, ভাৰতীয় সঙ্গীত শিল্পী।
- ২০০৪অজান বৰুৱা, অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।
- ২০২২নিৰ্মলা মিশ্ৰ, বঙালী আৰু অসমীয়া কন্ঠশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ