অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১ জুলাই

ঘটনাৱলী

  • ১৯০৮আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্।
  • ১৯৫৫ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল।
  • ১৯৭৯চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে।
  • ১৯৮৩দৰং জিলা গঠন হয়।
  • ১৯৮৩শ্ৰীভূমি জিলা গঠন হয়।

জন্ম

মৃত্যু

  • ১৮৬০চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
  • ১৮৬২ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ১৯৬২পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ২০০৪মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।
  • ২০২৫অনুভৱ তুলসী অসমীয়া ভাষাৰ কবি।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ