অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩০ জুন

ঘটনাৱলী

  • ১৮৫৫বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল।
  • ১৯৩৭বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল।

জন্ম

  • ১৯২২অমূল্য বৰুৱা, অসমীয়া কবি।
  • ১৯৩০চি এন আৰ ৰাও, ভাৰতীয় ৰসায়নবিজ্ঞানী।
  • ১৯৪৩আহমদ ছফা, বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ।
  • ১৯৬৬মাইক টাইছন, আমেৰিকান বক্সিং খেলুৱৈ।
  • ১৯৬৯সনথ জয়সূৰ্য, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৮৫মাইকেল ফেল্‌পচ, মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।

মৃত্যু

  • ১৯১৭দাদাভাই নৌৰজী, বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
  • ১৯৭১ভ্লাডিস্লাভ ভ'ল্ক'ভ, ৰুচ দেশৰ মহাকাশচাৰী।
  • ১৯৯৯কেপ্টেইন জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হয়।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ