অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৬ জুন

ঘটনাৱলী

  • ১৫২৩গুস্তাভ এৰিক্সন ভাছা, যাক প্ৰথম গুস্তাভ বুলিও কোৱা হয়, ষ্ট্ৰাংনাছত ছুইডেনৰ ৰজা নিৰ্বাচিত হয়।
  • ১৬৭৪ৰায়গড় দুৰ্গত শিৱাজী মহাৰাজৰ মুকুট পিন্ধা আৰু সমান্তৰালভাৱে তেওঁ ছত্ৰপতি উপাধি গ্ৰহণ কৰে।
  • ১৮০৮নেপোলিয়নৰ ভাতৃ জোচেফক স্পেইনৰ ৰজা নিযুক্তি দিয়া হয়।
  • ১৮৩১আমেৰিকাৰ ফিলাডেলফিয়াত দ্বিতীয় ৰাষ্ট্ৰীয় কৃষ্ণাংগ সন্মিলন অনুষ্ঠিত হয়।
  • ১৯১৬আমেৰিকাৰ ইষ্ট ক্লিভলেণ্ডত মহিলাক ভোটাধিকাৰ দিয়া হয়।
  • ১৯১৮প্ৰথম বিশ্বযুদ্ধৰ সময়ত বেল’ উডৰ যুদ্ধত আমেৰিকাই প্ৰথম বিজয় লাভ কৰে।
  • ১৯১৯ৰিপাব্লিক অৱ প্ৰিকমাৰ্গ হাংগেৰীৰ সেনাই আক্ৰমণ কৰে।
  • ১৯৯৩চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
  • ১৯৯৪কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।

জন্ম

  • ১৭৯৯আলেকজেণ্ডাৰ পুছকিন, এজন ৰাছিয়ান কবি, নাট্যকাৰ, আৰু ৰোমান্টিক যুগৰ ঔপন্যাসিক।
  • ১৮৫০জাৰ্মান বৈদ্যুতিক অভিযন্তা, উদ্ভাৱক, পদাৰ্থবিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী কাৰ্ল ফাৰ্ডিনাণ্ড ব্ৰাউনৰ জন্ম হয়।
  • ১৮৫১এঞ্জেলো মৰিঅণ্ডো, ইটালীৰ উদ্ভাৱক।
  • ১৮৭৪থমাছ মান, জাৰ্মানী কথাশিল্পী।
  • ১৮৮১গিৰিধৰ শৰ্মা নৱৰত্ন, হিন্দী সাহিত্যৰ সাহিত্যিক আৰু দেশপ্ৰেমিক।
  • ১৮৯০লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
  • ১৮৯১মস্তি ভেংকটেশ আয়েংগাৰ, কানাড়া ভাষাৰ এগৰাকী সুপৰিচিত সাহিত্যিক।
  • ১৯১৮আমেৰিকান জৈৱ ৰসায়নবিদ আৰু নোবেল বঁটা বিজয়ী এডউইন জি ক্ৰেবছ।
  • ১৯২৯সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ।
  • ১৯৩৬ডগ্গুবাটি ৰামনাইডু, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা তথা তেলেগু চিনেমাত কামৰ বাবে পৰিচিত সুৰেশ প্ৰডাকচনৰ প্ৰতিষ্ঠাপক।
  • ১৯৪০ৰমেন বৰুৱা, অসমীয়া সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী।
  • ১৯৬৮ষ্টিভেন জনছন, আমেৰিকান বিজ্ঞান লেখক।
  • ১৯৭৯ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী।
  • ১৯৮৮নেহা কক্কৰ, বলিউডৰ গায়িকা।

মৃত্যু

  • ১৮৩২জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
  • ১৯৯৯ৰাজেন ৰাভা, অসমীয়া শিক্ষক, সাহিত্যিক, সমাজ সেৱক।
  • ২০১৬ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
  • ২০১৮কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ