অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছুইডেন

ছুইডেন হ'ল ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ চুবুৰীয়া দেশ হ’ল ফিনলেণ্ড আৰু নৰৱে। ছুইডেনৰ জনসংখ্যা প্ৰায় এক কোটি। ৰাজধানী চহৰখন হৈছে ষ্টকহ’ম, যিখন প্ৰায় ১০ লাখ লোকৰ সৈতে ছুইডেনৰ সৰ্ববৃহৎ চহৰ। ছুইডেনৰ আন দুখন বৃহৎ চহৰ হ'ল গোটেনবাৰ্গ আৰু মালমো।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ছুইডেন হ'ল ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ চুবুৰীয়া দেশ হ’ল ফিনলেণ্ড আৰু নৰৱে।১ ছুইডেনৰ জনসংখ্যা প্ৰায় এক কোটি। ৰাজধানী চহৰখন হৈছে ষ্টকহ’ম, যিখন প্ৰায় ১০ লাখ লোকৰ সৈতে ছুইডেনৰ সৰ্ববৃহৎ চহৰ। ছুইডেনৰ আন দুখন বৃহৎ চহৰ হ'ল গোটেনবাৰ্গ আৰু মালমো।

তথ্যসূত্ৰ

  1. ↑ (31 May 2013). Sweden website. Statistics Sweden website

সম্পৰ্কিত শ্ৰেণী

ইউৰোপৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুইডেন” প্ৰবন্ধৰ সংশোধন ৫৬৫৮২১ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।