অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩১ মে’

ঘটনাৱলী

  • ১৮৫৯ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
  • ১৮৮৯পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন।
  • ১৯১১উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।
  • ১৯৩৫কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
  • ১৯৫২ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়।
  • ২০০২ফিফাৰ ১৭তম বিশ্বকাপ ফুটবল দক্ষিণ কোৰিয়াৰ চিউলত আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া জাপানৰ সৈতে যৌথ আয়োজক আছিল।

জন্ম

  • ১৫৭৭নুৰ জাহান, মোগল সম্ৰাজ্ঞী আৰু সম্ৰাট জাহাঙ্গীৰৰ প্ৰধান ৰাণী আছিলে। (মৃত্যু: ১৬৪৫)
  • ১৭২৫মহাৰাণী অহল্যাবাই হোলকাৰ, ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল।
  • ১৯১২চিয়েন-চিউং উ, চীনা-আমেৰিকান পদাৰ্থবিজ্ঞানী, তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। (মৃত্যু: ১৯৯৭)
  • ১৯১৮ৱাল্ট হুইটমেন, কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক।
  • ১৯৪৬পুনিতা আৰোৰা, ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ।
  • ১৯৪৬ষ্টিভ বাকনৰ, জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ।
  • ১৯৫৬সূৰ্যকান্ত হাজৰিকা, ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ।
  • ১৯৬৬ৰোচন মহানামা, শ্ৰীলঙ্কাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৭২শিৱানী বৰ্মা, ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।
  • ১৯৯২শোভিতা ধূলিপালা, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ