অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১ জুন

জন্ম

  • ১৫৬৩ৰবাৰ্ট চেচিল এজন ইংৰাজ ৰাষ্ট্ৰনেতা। ১৯৩৭ চনত ৰবাৰ্ট চেচিলক নোবেল বঁটা প্ৰদান কৰা হয়
  • ১৮৪২সত্যেন্দ্ৰনাথ ঠাকুৰ লেখক, সুৰকাৰ, ভাষাবিদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বিতীয় জ্যেষ্ঠ ভাতৃ। ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতীয় সমাজত নাৰীৰ মুক্তিৰ দিশত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
  • ১৯২৬মেৰিলিন মন্‌ৰ' এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল। (মৃত্য়ুঃ ০৪/০৮/১৯৬২)
  • ১৯২৯নাৰ্গিছ, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
  • ১৯৩৬নীলপৱন বৰুৱা, খ্যাতনামা চিত্ৰশিল্পী।
  • ১৯৪১গগনচন্দ্ৰ অধিকাৰী, অসমীয়া ভাষাৰ শিশু সাহিত্যিক।
  • ১৯৫০অশোক কুমাৰ, ভাৰতীয় প্ৰাক্তন পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ পুত্ৰ।
  • ১৯৭৫কৰ্ণম মালেশ্বৰী, ভাৰতীয় ভাৰোত্তোলক।
  • ১৯৭৯সুমন হৰিপ্ৰিয়া, অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ।
  • ১৯৮৫দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮৩০স্বামীনাৰায়ণ, সাহাজানন্দ স্বামী নামেৰেও জনাজাত এজন যোগী আৰু তপস্বী আছিল যাৰ জীৱন আৰু শিক্ষাই কেন্দ্ৰীয় হিন্দু ধৰ্ম, অহিংসা আৰু ব্ৰহ্মচাৰ্যৰ অনুশীলনৰ পুনৰুজ্জীৱন ঘটায়।
  • ১৮৪২শিক্ষাবিদ ডেভিড হেয়াৰ।
  • ১৯৬৮হেলেন কেলাৰ, মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
  • ১৯৮১নাৰ্গিছ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৪নানা পালশীকাৰ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে ৮০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছিল।
  • ১৯৯৬নীলম সঞ্জীৱ ৰেড্ডী, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
  • ২০০৪নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া সাহিত্যক তথা গীতিকাৰ।
  • ২০০৭ৰামৰাও কৃষ্ণৰাও পাটিল, ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ