অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩০ মে’

ঘটনাৱলী

  • ১৯৮৭গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
  • ২০১৫কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গৱাহাটীস্থিত “ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান”ৰ স্থায়ী প্ৰাংগণৰ আধাৰশিলা কামৰূপ জিলাৰ চাংচাৰিত স্থাপন কৰে।
  • ২০১৯শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷

জন্ম

  • ১৯৫৫জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
  • ১৯৮০ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৪৩১জোন অফ আৰ্ক, এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
  • ১৭৭৮ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
  • ১৯২৩ভোলানাথ বৰুৱা, অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।
  • ১৯৬৫লুই ইয়েল্ম্‌স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
  • ১৯৮১জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
  • ২০১৩বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
  • ২০১৩ঋতুপৰ্ণ ঘোষ, ভাৰতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ