ইতিহাসৰ আজিৰ দিনত
৩ এপ্ৰিল
জন্ম
- ১৭৮১স্বামীনাৰায়ণ, ভাৰতৰ ধৰ্মীয় নেতা।
- ১৯০৩কমলাদেৱী চট্টোপাধ্যায়, ভাৰতীয় সমাজ সংস্কাৰক, লেখক আৰু স্বাধীনতা কৰ্মী।
- ১৯৩৪জেন গুডঅল, ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷
- ১৯৫৫হৰিহৰণ, ভাৰতীয় গায়ক।
- ১৯৬২জয়া প্ৰদা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
- ১৯৬৫নাজিয়া হাচান, পাকিস্তানী পপ গায়িকা, আইনজীৱী আৰু সমাজ-সেৱিকা।
- ১৯৭৩প্ৰভু দেৱা, ভাৰতীয় অভিনেতা।
- ১৯৮২জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ, কানাডিয়ান অভিনেত্ৰী আৰু মডেল।
মৃত্যু
- ১৬৮০শিৱাজী, ভাৰতীয় সম্ৰাট, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
- ২০০৩আৰ্থাৰ গাইটন, আমেৰিকান শৰীৰতত্ববিদ।
- ২০১২গোৱিন্দ নাৰায়ন, ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
- ২০১৫অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ