ইতিহাসৰ আজিৰ দিনত
২৪ এপ্ৰিল
জন্ম
- ১৯৩৪জয়কান্তন, ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা।
- ১৯৩৬নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক।
- ১৯৪৬কমলা ভাচিন, ভাৰতীয় কবি, লেখক আৰু সমাজ বিজ্ঞানী।
- ১৯৫৬তীজান বাঈ, ভাৰতীয় লোক-সংগীত শিল্পী।
- ১৯৫৬শৰদ অৰবিন্দ ববডে, ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ।
- ১৯৭৩শচীন তেণ্ডুলকাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
- ১৯৮৭বৰুণ ধবন, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
- ১৭৩১ডেনিয়েল ডিফো, ইংৰাজ ব্যৱসায়ী, লেখক, সাংবাদিক আৰু চোৰাংচোৱা।
- ১৯৪৪শিৱপ্ৰসাদ গুপ্ত, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৭২যামিনী ৰয়, ভাৰতীয় চিত্ৰকৰ।
- ১৯৭৪ৰামধাৰী সিং দিনকৰ, ভাৰতীয় কবি।
- ২০১১সত্য সাই বাবা, ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। (জন্ম: ২৩ নৱেম্বৰ, ১৯২৬)
- ২০২৪নম্ৰ কুমাৰ ভূঞা, শিক্ষাবিদ, লেখক, নাট্যকাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ