ইতিহাসৰ আজিৰ দিনত
২৫ এপ্ৰিল
জন্ম
- ১৮৯৩হেমচন্দ্ৰ বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক। (মৃত্যু: ১৯৪৫)
- ১৯৩৫জিম পিবলছ্, কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী।
- ১৯৫৬ভৃগু কুমাৰ ফুকন, অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
- ১৯৭০যতীন বৰা, অসমৰ অভিনেতা।
- ১৯৮৭অৰিজিৎ সিং, ভাৰতীয় গায়ক।
- ১৯৯৮অম্লান বৰগোহাঁই, ভাৰতীয় দৌৰবিদ।
মৃত্যু
- ১৯৫১অবলা বসু, ভাৰতীয় সমাজকৰ্মী।
- ২০১৬পূৰ্ণিমা অৰবিন্দ পকৱাসা, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু নৃত্যশিল্পী।
- ২০২০দেৱানন্দ কোঁৱৰ, ভাৰতীয় ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ