অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৩ এপ্ৰিল

ঘটনাৱলী

  • ১৯৬৮ব্ৰিটেইনত প্ৰথম দশমিক মুদ্ৰা আৰম্ভ হয়।

জন্ম

  • ১৮৫৮পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
  • ১৮৫৮মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (মৃত্যু: ৪ অক্টোবৰ, ১৯৪৭)
  • ১৯৩৮এছ. জানকী, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৪১ৰে টমলিনছন, মাৰ্কিন কম্পিউটাৰ প্ৰ'গ্ৰামাৰ আৰু পৃথিৱীৰ প্ৰথম ই-মেইল প্ৰৱৰ্তনকাৰী।
  • ১৯৪৬ৰ'জি আফচাৰি, বাংলাদেশী অভিনেত্ৰী।
  • ১৯৫৭উমা ডগ্ৰা, ভাৰতীয় কথক নৃত্যশিল্পী।
  • ১৯৭৭জন ছিনা, মাৰ্কিন ৰেচলাৰ।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ