ইতিহাসৰ আজিৰ দিনত
৩ মাৰ্চ
ঘটনাৱলী
- ১৯৬৯ভাৰতত প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেল (হাওড়া আৰু নতুন দিল্লীৰ মাজত) আৰম্ভ হয়।
জন্ম
- ১৮৩৯জামশেদজী টাটা, ভাৰতৰ উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক। (মৃত্যু: ১৯০৪)
- ১৮৪৭আলেকজেণ্ডাৰ গ্ৰাহাম বেল, ইংৰাজ বিজ্ঞানী আৰু উদ্ভাৱক।
- ১৯৩১গোলাম মুস্তাফা খান, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
- ১৯৩৭দেবেন্দ্ৰ নাথ আচাৰ্য, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক।
- ১৯৫৩জিক', ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ।
- ১৯৫৫যশপাল ভাট্টি, ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক।
- ১৯৮৭শ্ৰদ্ধা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৭মুনিবা মাজাৰি, পাকিস্তানী মানৱাধিকাৰ কৰ্মী।
- ১৯৯৭যোগেশ কাথুনিয়া, ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ।
- ২০০০হৰনাজ সান্ধু, ভাৰতীয় মডেল।
মৃত্যু
- ১৯৬৫আমিৰবাই কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ